ETV Bharat / bharat

বিহাৰৰ বিদ্যালয়ত শিক্ষাৰ্থীক দেশবিৰোধী শিক্ষা !

author img

By

Published : Apr 10, 2021, 8:56 PM IST

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে । জানিব পৰা মতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ফেডাৰেল আইনৰ সমালোচনা কৰা পাঠ শিকোৱা হৈছিল ।

বিহাৰৰ বিদ্যালয়ত শিক্ষাৰ্থীক দেশবিৰোধী শিক্ষা..

নেশ্যনেল ডেস্ক,১০ এপ্ৰিল: বিহাৰত এখন বিদ্যালয়ৰ আজৱ কাণ্ড । নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত ভুল শিক্ষা প্ৰদান কৰা হৈছে বিদ্যালয়খনত । দানাপুৰৰ শিক্ষানুষ্ঠান খনৰ বিৰুদ্ধে ফেডাৰেল আইনৰ সমালোচনা কৰা সমল শিকোৱাৰ বাবে ৰাজদ্ৰোহৰ ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে । জানিব পৰা মতে বিদ্যালয়ৰ শিশুসকলক দুয়োখন আইনৰ সমালোচনা কৰাৰ পাঠ শিকোৱা হৈছিল । ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে এই ঘটনাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে গোচৰটো দাখিল কৰে ।

দানাপুৰ আৰক্ষী থানাত দাখিল কৰা ৰাজদ্ৰোহ গোচৰৰ ভাৰতীয় দণ্ডবিধিৰ ১২৪এ, ১৫৩এ, ৫০৫ (২) ধাৰাৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে । শিশু সুৰক্ষা আয়োগে পাটনাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষককে ধৰি সকলো শীৰ্ষ বিষয়ালৈ এই সন্দৰ্ভত এখন পত্ৰও লিখিছে ।

ৰাষ্ট্ৰীয় শিশু সুৰক্ষা অধিকাৰ আয়োগৰ অধ্যক্ষ প্ৰিয়ংকাই বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত কথিত ঘটনাটো পোহৰলৈ আহিছিল । সূত্ৰ অনুসৰি শিক্ষাৰ্থীসকলক এন আৰ চি আৰু চিএএৰ সমালোচনা কৰি 'দেশবিৰোধী' পাঠ শিকোৱা হৈছিল । আয়োগে শিক্ষাৰ্থীসকলৰ হোমৱৰ্ক প্ৰতিলিপিৰ সমলৰ ওপৰত ভিত্তি কৰি স্বতঃপ্ৰণোদিত ভাৱে জ্ঞান লৈছিল ।

লগতে পঢ়ক:মুম্বাইত ৰেমডেচিভিৰ বেজীৰ ২৮০টা ভাইলসহ দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.