ETV Bharat / bharat

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰলৈ জন্মদিনৰ শুভেচ্ছা

author img

By

Published : Apr 24, 2021, 10:43 AM IST

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ আজি 48 সংখ্যক জন্মদিন ৷ তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ কেপ্তেইন তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ক্ৰিকেটৰ ভগৱান হিচাপে পৰিচিত শচীন তেণ্ডুলকাৰ ভাৰতীয় ক্ৰিকেটৰ অন্যতম মাইল’ষ্টোন ৷

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক জন্মদিনৰ শুভেচ্ছা

নিউজ ডেস্ক,24 এপ্ৰিল: আজি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ 48 সংখ্যক জন্মদিন । মাষ্টাৰ ব্লাষ্টাৰ নামৰে জনপ্ৰিয় তেণ্ডুলকাৰে 1973 চনত বোম্বাই (মুম্বাই)ত জন্মগ্ৰহণ কৰে ৷ তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ কেপ্তেইন তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ক্ৰিকেটৰ ভগৱান হিচাপে পৰিচিত শচীন তেণ্ডুলকাৰ ভাৰতীয় ক্ৰিকেটৰ অন্যতম মাইল’ষ্টোন ৷ তেণ্ডুলকাৰে ক্ৰিকেট কেৰিয়াৰৰ প্ৰথম আৰু একমাত্ৰ আইচিচি বিশ্বকাপ জয়ী হোৱাৰ দুবছৰ পাছতে অৰ্থাৎ 2013 চনত ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ।

48 বছৰীয়া খেলুৱৈগৰাকীয়ে তেওঁৰ 24 বছৰীয়া সুন্দৰ কেৰিয়াৰত কেইবাটাও অভিলেখ ৰচনা কৰে ৷ অনুৰাগীসকলে 'ক্ৰিকেটৰ ঈশ্বৰ' হিচাপে গণ্য কৰা তেণ্ডুলকাৰে এদিনীয়া আৰু টেষ্ট দুয়োখনতে সৰ্বাধিক ৰাণৰ অভিলেখ গঢ়িছে ৷ তেখেতৰ 48 তম জন্মদিনত বিচিচিআইকে ধৰি ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা, ক্ৰুনাল পাণ্ডিয়াই টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও খেলুৱৈ গৰাকীলৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক : চেন্নাইৰ অধিনায়ক হিচাপে আইপিএলত ২০০ খন খেল সম্পন্ন ধোনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.