ETV Bharat / bharat

ত্ৰিপুৰাৰ ৰাজবংশধৰ প্ৰদ্যুত কিশোৰৰ শিলচৰৰ বানপীড়িতলৈ সাহায্য প্ৰেৰণ

author img

By

Published : Jul 4, 2022, 6:53 PM IST

এইবাৰ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ শাসনত থকা (Tripura Tribal Areas Autonomous District Council) টিপ্ৰা মোথায়ে অসমৰ শিলচৰৰ বানপীড়িতসকলৰ বাবে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে (TIPRA motha donated to flood-affected peoples in Silchar) ।

a
a

নিউজ ডেস্ক, ৪ জুলাই : অসমৰ বান পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে উন্নত হোৱা নাই (Assam flood condition not improved) । পানীৰ তলতে এতিয়াও আছে বহু অঞ্চল । আনহাতে, লক্ষাধিক লোকে এতিয়াও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থাকিবলগা হৈছে (Lakhs of people sheltering in flood relief camps) । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বান সাহায়্য প্ৰদানত কোনো ধৰণৰ গাফিলতি নকৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে কঠোৰ সকীয়নি প্ৰদান কৰিছে (Chief Minister of Assam strict order to District Administration)। কিন্তু তাৰ মাজতো বহু ঠাইত পৰ্যাপ্ত বান সাহায্য লাভ নকৰাৰ অভিযোগ উঠিছে ।

আনহাতে, ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিলৈ সাহায্য আগবঢ়াইছে বিভিন্নজনে । ৰিলায়েন্সৰ মালিক মুকেশ আম্বানিৰ (Reliance Supremo Mukesh Ambani) পৰা আমিৰ খান, চনু সুদ তথা বলিউডৰ বিভিন্নজনে আগবঢ়াইছে সাহায্য (Aamir Khan, Sonu Sood donated to Assam flood relief) । একেদৰে ৰাজ্যখনৰো বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে আগবঢ়াইছে সাহায্য । এইবাৰ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ শাসনত থকা (Tripura Tribal Areas Autonomous District Council) টিপ্ৰা মোথায়ে অসমৰ শিলচৰৰ বানপীড়িতসকলৰ বাবে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে (TIPRA motha donated to flood-affected peoples in Silchar) ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰয়েল স্কিয়ন আৰু টিপ্ৰা মোথাৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মাণিক্য দেৱবৰ্মাই (Royal Scion and chairman of Tipra Motha Pradyot Kishore Manikya Debbarma) কয়, "আজি আমি শিলচৰ আৰু কাষৰীয়া অঞ্চললৈ খাদ্য, পানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীভৰ্তি তিনিখন ট্ৰাক প্ৰেৰণ কৰিছোঁ । মই সদায় সকলোকে তেওঁলোকৰ প্ৰয়োজনৰ সময়ত সহায় কৰাত বিশ্বাস কৰি আহিছোঁ আৰু মই কেৱল মোৰ পূৰ্বপুৰুষসকলৰ পদাংক অনুসৰণ কৰি আছোঁ, যিয়ে সমভূমি আৰু পাহাৰৰ লোকসকলক তেওঁলোকৰ অপৰিসীম কষ্টৰ সময়ত সহায় কৰিছিল ।"

তেওঁ লগতে কয়, "মোক তাত থকা লোকসকলক সহায় কৰিবলৈ অনুমতি দিয়াৰ বাবে বন্ধু সুস্মিতা দেৱক মই ধন্যবাদ জনাইছোঁ (Pradyot Kishore Manikya Debbarma thanks to Sushmita dev) । লগতে এই অভিযানত মোক সহায় কৰিবলৈ যোৱা লিনেকাৰ হালামকো ধন্যবাদ জনাইছোঁ । মা ত্ৰিপুৰা সুন্দৰীয়ে তেওঁলোক সকলোকে আশীৰ্বাদ কৰক ।" তেওঁ লগতে আশা প্ৰকাশ কৰে যে ভাৰতৰ বাকী অংশৰ জনসাধাৰণেও বৰাক অঞ্চলৰ জনসাধাৰণৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখিব । তেওঁৰ অঞ্চলটোৰ লোকসকলক সহায় কৰি তেওঁৰ জন্মদিন উদযাপন কৰাৰ এইটোৱেই সৰ্বশ্ৰেষ্ঠ পন্থা বুলিও লগতে তেওঁ কয় ।

লগতে পঢ়ক :বৰ্তমানেও ৰাজ্যৰ দুই লক্ষাধিক বন্যাক্রান্ত আশ্রয় শিৱিৰত আৱদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.