নেশ্যনেল ডেস্ক: NIAয়ে লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ভাবুকি দিয়া এক ই মেইল ৷ তদন্তকাৰী সংস্থাটোৰ মুম্বাই শাখালৈ প্ৰেৰণ কৰা হৈছে এই বাৰ্তা (Mail to NIA threatening to kill Prime Minister Narendra Modi)৷
মেইলটোত উল্লেখ কৰা অনুসৰি, ২০ টা শ্লিপাৰ চেল মোডীক হত্যাৰ বাবে সাজু হৈ থকাৰ লগতে ২০ কিলোগ্ৰাম আৰডিএক্সেৰে প্ৰধানমন্ত্ৰীগৰাকীক হত্যা কৰা হ’ব ৷ কোনো সন্ত্ৰাসবাদীয়ে এই ভাবুকি সম্বলিত মেইল প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে তদন্তকাৰী সংস্থাটোয়ে ৷
লগতে পঢ়ক: Encounter in Assam Arunachal border: দুই NLFB কেডাৰলৈ আৰক্ষীৰ গুলী