ETV Bharat / bharat

হোমেন বৰগোহাঞিৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোকবাৰ্তা - সাংবাদিক

হোমেন বৰগোহাঞিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ টুইট ৷ বৰগোহাঞিৰ প্ৰতিটো সৃষ্টিককৰ্মত অসমীয়া সংস্কৃতি আৰু জীৱনবোধ প্ৰতিফলিত হৈছিল বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ ৷

বৰগোহাঞিৰ মহাপ্ৰয়াণত শোকস্তব্ধ প্ৰধানমন্ত্ৰী

author img

By

Published : May 12, 2021, 3:58 PM IST

Updated : May 13, 2021, 6:12 AM IST

গুৱাহাটী,১২ মে': বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক, প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ বিয়োগত গভীৰ শোক আৰু সমবেদনা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

  • অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ'ব। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। তেওঁৰ দেহাৱসানে মৰ্মাহত কৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ঔম শান্তি।

    — Narendra Modi (@narendramodi) May 12, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইটত প্ৰকাশ কৰে যে, অসমীয়া ভাষা-সাহিত্য আৰু সাংবাদিকতাৰ প্ৰতি হোমেন বৰগোহাঞিয়ে যি অৱদান আগবঢ়াই থৈ গ’ল, সেয়া কেতিয়াও কোনেও পাহৰিব নোৱাৰে । তেওঁৰ প্ৰতিটো সৃষ্টিকৰ্মতে অসমীয়া সংস্কৃতি আৰু জীৱনবোধ প্ৰতিফলিত হৈছিল বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটত উল্লেখ কৰে ।

লগতে পঢ়ক : জীৱন নাটৰ যৱনিকা পৰিল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ

Last Updated : May 13, 2021, 6:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.