ETV Bharat / bharat

দেওবাৰে সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰীৰ মন কি বাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাহিলী ৰেডিঅ’ কাৰ্যসূচী 'মন কি বাত'ত দেশবাসীক সম্বোধন কৰিব । মন কি বাতৰ ৭৫ তম সংস্কৰণৰ বিষয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰে ৷

দেওবাৰে সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰীৰ ৭৫ তম সংস্কৰণৰ 'মন কি বাত'

author img

By

Published : Mar 28, 2021, 9:46 AM IST

Updated : Mar 28, 2021, 10:29 AM IST

নেচনেল ডেক্স,28 মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰেডিঅ'ৰ কাৰ্যসূচী 'মন কি বাত'ত দেশবাসীক সম্বোধন কৰিব । মন কি বাতৰ ৭৫ তম সংস্কৰণৰ বিষয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰে ৷

২৮ ফেব্ৰুৱাৰীত সম্প্ৰচাৰ কৰা কাৰ্যসূচীৰ ৭৪ তম সংস্কৰণত প্ৰধানমন্ত্ৰীয়ে আত্ম নিৰ্ভৰশীলতাৰ ধাৰণাক উৎসাহিত কৰাৰ বাবে জন সাধাৰণক থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব ৷ অনুষ্ঠানটো এআইআৰ আৰু দুৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কত সম্প্ৰচাৰ কৰা হ'ব আৰু এআইআৰ নিউজ ৱেবছাইট www.newsonair.com আৰু নিউজ ন এয়াৰ ম'বাইল এপত উপলদ্ধ হ’ব ৷ এআইআৰ, ডিডি নিউজ, পিএমঅ' আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউ টিউব চেনেলসমূহত প্ৰচাৰ কৰা হ'ব । এআইআৰে হিন্দী সম্প্ৰচাৰৰ ঠিক পিছতে আঞ্চলিক ভাষাত কাৰ্যসূচী সম্প্ৰচাৰ কৰিব ।

লগতে পঢ়কঃ ডিগবৈত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুৰেণ ফুকনে

Last Updated : Mar 28, 2021, 10:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.