ETV Bharat / bharat

মুৰলী মনোহৰ যোশীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ মুৰলী মনোহৰ যোশীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এক টুইটাৰৰ জৰিয়তে যোশীৰ দীৰ্ঘায়ু কামনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

জোশীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Jan 5, 2021, 10:53 AM IST

Updated : Jan 5, 2021, 12:42 PM IST

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে জ্যেষ্ঠ বিজেপি নেতা মুৰলী মনোহৰ যোশীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

  • Birthday greetings to @drmmjoshibjp Ji, one of India’s senior most and respected leaders. Throughout his life he has worked towards India’s development. He made exemplary contributions as a Minister as well as Parliamentarian. May he lead a long and healthy life.

    — Narendra Modi (@narendramodi) January 5, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ জৰিয়তে কয়, "মুৰলী মনোহৰ যোশীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো ৷ তেওঁ দেশৰ জ্যেষ্ঠ আৰু সন্মানীয় নেতাসকলৰ অন্যতম ৷ গোটেই জীৱনজুৰি তেওঁ দেশৰ বিকাশৰ হকে কাম কৰিছে ৷"

তেওঁ লগতে কয়, "তেওঁ এজন মন্ত্ৰী আৰু সাংসদ হিচাপে বিশেষ অৱদান আগবঢ়াইছে ৷ তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলো ৷"

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ যোশীৰ 1934 চনত আজিৰ দিনটোতে নাইনিতালত জন্ম হৈছিল ৷

লগতে পঢ়ক : আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

Last Updated : Jan 5, 2021, 12:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.