ETV Bharat / bharat

মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ - মানৱ অধিকাৰ সুৰক্ষা আইন

১৯৯৩ চনৰ ১২ অক্টোবৰৰ দিনটোতে স্থাপন হৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ । আয়োগৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ ।

NHRC
ভাৰতৰ মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ
author img

By

Published : Oct 12, 2021, 1:06 PM IST

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ : ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে পালন কৰে ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । মঙলবাৰে আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । লগতে এই কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ, ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ উপস্থিত থাকে ।

পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে আয়োগৰ প্ৰশংসা কৰি কৈছিল যে মানৱ অধিকাৰ আৰু মৰ্যাদা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (NHRC) দেশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিজ্ঞপ্তি অনুসৰি, মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সুৰক্ষাৰ বাবে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে মানৱ অধিকাৰ সুৰক্ষা আইন ১৯৯৩-ৰ অধীনত আয়োগ স্থাপন কৰা হৈছিল ।

লগতে পঢ়ক : Old Farmers Day : ইতিহাস আৰু তাৎপৰ্য সম্পৰ্কে চমু অৱলোকন...

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.