ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে কেৰালাত হিংসাত্মক পৰিস্থিতি - কেৰালা

নিৰ্বাচনৰ পূৰ্বে কেৰালাত হিংসাত্মক পৰিস্থিতি । কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাওবাদী)ৰ ভোট বৰ্জনৰ আহ্বান । কেৰালাৰ তিনিটা ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কেতবোৰ পোষ্টাৰ লগোৱা দেখা যায় ।

নিৰ্বাচনৰ পূৰ্বে কেৰালাত হিংসাত্মক পৰিস্থিতি

author img

By

Published : Apr 1, 2021, 7:12 PM IST

নেশ্যনেল ডেস্ক, ১ এপ্ৰিল: সমাগত কেৰালা বিধানসভা নিৰ্বাচন । ৬ এপ্ৰিলত কেৰালাত অনুষ্ঠিত হ'ব নিৰ্বাচন । তাৰ পূৰ্বে কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাওবাদী)য়ে ভোট বৰ্জনৰ আহ্বান জনাইছে । কোঝিকোড়েৰ থিৰুভামবাদি পঞ্চায়ত সংগঠনটোৰ 'নাডুকানি' অঞ্চল সমিতিয়ে কেৰালাৰ তিনিটা ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কেতবোৰ পোষ্টাৰ লগোৱা দেখা যায় ।

নিৰ্বাচনৰ পূৰ্বে কেৰালাত হিংসাত্মক পৰিস্থিতি
নিৰ্বাচনৰ পূৰ্বে কেৰালাত হিংসাত্মক পৰিস্থিতি

পুঁজিপতি ক’ৰ্প’ৰেট সংস্থাৰ পক্ষত আহ্বান জনাই বাওঁপন্থী, কংগ্ৰেছ আৰু বিজেপি 'এজেণ্ডা'ৰ উন্নয়ন নীতি বুলি অভিহিত কৰি চিপিআই (এম)য়ে এইটো বিতৰ্কৰ বাহিৰে একো নহয় বুলি কয় । নিৰ্বাচনৰ পূৰ্বে এতিয়া কেৰালাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: তেলেংগানাৰ শিক্ষাৰ্থীৰ কানাডাত আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.