ETV Bharat / bharat

লালকিল্লাৰ হিংসাত্মক কাণ্ডত জড়িত এজনক গ্ৰেপ্তাৰ

author img

By

Published : Feb 4, 2021, 8:53 AM IST

গণৰাজ্য দিৱসৰ দিনা বিশাল ট্ৰেক্টৰ ৰেলীৰে কৃষি আইনৰ বিৰোধিতা কৰি দেশৰ কৃষক সকলে দিল্লীত সংঘটিত কৰা হিংসাত্মক কাণ্ডৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা লোক জনৰ নাম ধৰ্মেন্দ্ৰ সিং ৷

লালকিল্লাৰ হিংসাত্মক কাণ্ডত জড়িত এজনক গ্ৰেপ্তাৰ
লালকিল্লাৰ হিংসাত্মক কাণ্ডত জড়িত এজনক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী: দিল্লী আৰক্ষীয়ে বুধবাৰে লালকিল্লাৰ হিংসাত্মক কাণ্ডৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰে ৷ গণৰাজ্য দিৱসৰ দিনা বিশাল ট্ৰেক্টৰ ৰেলীৰে কৃষি আইনৰ বিৰোধিতা কৰি দেশৰ কৃষক সকলে দিল্লীত সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ কিন্তু অনাকাংশিত ভাৱে এক হিংসাত্মক ঘটনাৰ ৰূপ লয় কৃষক প্ৰতিবাদে ৷ যাৰ ফলত দেশৰ কৃষকৰ লগতে বহু নিৰাপত্তাৰক্ষীও আহত হৈছিল ৷ দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা এই হিংসাত্মক ঘটনাৰ পাচতে দিল্লী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত ৷ দেশৰ বিভিন্ন প্ৰান্তত তদন্ত আৰম্ভ কৰি বুধবাৰে এই কাৰ্য তথা লালকিল্লাত পতাকা উত্তোলন কৰা ধৰ্মেন্দ্ৰ সিং নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: জম্মু আৰু কাশ্মীৰত এতিয়াও ডিটেনশ্যনত ১৮৩ গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.