ETV Bharat / bharat

Tripura High Court: ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নতুন কাৰ্যকৰী মুখ্য ন্যায়াধীশ

author img

By

Published : Nov 10, 2022, 10:00 PM IST

টি অমৰনাথ গৌড়ক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি । আইন আৰু ন্যায় বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে এক জাননী (Department of Law and Justice)।

Tripura High Court CJ
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নতুন কাৰ্যকৰী মুখ্য ন্যায়াধীশ

আগৰতলা, ১০ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ টি অমৰনাথ গৌড়ক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে (acting Chief Justice of Tripura High Court)। বৃহস্পতিবাৰে আইন আৰু ন্যায় বিভাগে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে ।

উক্ত জাননীখনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ তোদুপুনুৰি অমৰনাথ গৌড়ক ১১ নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰি হোৱাকৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ৰ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়ে (Justice T Amarnath Goud)। উল্লেখ্য় যে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহন্তীয়ে অৱসৰ গ্ৰহণ কৰাত উক্ত স্থানত তেওঁক নিযুক্তি দিয়া হৈছে ।

ন্যায়াধীশ টিঅমৰনাথ গৌড়ৰ ১৯৬৫ চনৰ ১ মাৰ্চত চেকেন্দ্ৰাবাদত জন্ম হয় । চেকেন্দ্ৰাবাদৰ ছেইণ্ট পেট্ৰিকছ হাই স্কুলত বিদ্যালয় শিক্ষা (Patricks High School Secunderabad), চেকেন্দ্ৰাবাদৰ কলা আৰু বিজ্ঞান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী (Osmania University) আৰু মাৰাটৱাড়া বিশ্ববিদ্যালয়ৰ শিৱাজী আইন মহাবিদ্যালয়ৰ পৰা এলএলবি গ্ৰহণ কৰে ।

লগতে পঢ়ক:Acquiring Mother Tongue Knowledge: নামতিত মাতৃভাষা জ্ঞান আহৰণৰ উত্তম উপায় শীৰ্ষক বক্তৃতা অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.