ETV Bharat / bharat

Dignitaries Tributes to Sardar Patel : চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি - Iron Man Sardar Vallabhbhai Patel

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি দেশৰ বিশিষ্ট নেতাসকলে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । দেশৰ প্ৰতি লৌহমানৱৰ অৱদানক সকলোৱে স্মৰণ কৰে ।

Dignitaries Tributes to Sardar Patel
চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:49 AM IST

নেশ্যনেল ডেস্ক,৩১ অক্টোবৰ : আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী । তাৰ লগত সংগতি ৰাখি দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন কৰা হৈছে । ইফালে পুৱাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি জ্ঞাপন কৰে । ৰাষ্ট্ৰপতিগৰাকীৰ উপৰিও উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেইবাগৰাকী বিশিষ্ট নেতাই মঙলবাৰে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ৰাষ্ট্ৰীয় ৰাজধানীৰ পেটেল চকত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি মূৰ্মু, উপ-ৰাষ্ট্ৰপতি ধনখড়, অমিত শ্বাহ আৰু অন্যান্য নেতাসকলে ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰে ।

  • #WATCH | UP: Defence Minister Rajnath Singh and Uttar Pradesh CM Yogi Adityanath pay floral tributes at the statue of Sardar Vallabhbhai Patel on his birth anniversary, in Lucknow. pic.twitter.com/acuLJdxc2A

    — ANI (@ANI) October 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে চৰ্দাৰ বল্লভভাই পেটেলে দৃঢ় ইচ্ছা শক্তি, ৰাজনৈতিক জ্ঞান আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কেইবাটাও ভাগত বিভক্ত ভাৰতক এক ঐক্যবদ্ধ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জোৰ দিছিল । তেওঁৰ মতে দেশৰ প্ৰথম গৃহ মন্ত্ৰী হিচাপে চৰ্দাৰ বল্লভভাই পেটেলৰ সমৰ্পিত জীৱন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ তেওঁৰ কৰ্মই দেশবাসীক সদায় অনুপ্ৰাণিত কৰি থাকিব ।

  • #WATCH | Delhi: Union Home Minister Amit Shah says, "On the occasion of Sardar Patel Jayanti, I extend my wishes for Unity Day...The entire country celebrates this day as Unity Day since 2014. We all know that after independence, the British left this country to disintegrate. At… pic.twitter.com/6c3lrW1Be1

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও লক্ষ্ণৌত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত 'ৰান ফৰ ইউনিটি'ৰ শুভাৰম্ভ কৰে । কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ওড়িশাৰ কটক জিলাত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে 'ৰান ফৰ ইউনিটি'ত অংশগ্ৰহণ কৰে । আহমেদাবাদত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দৰ পেটেলেও 'ৰান ফৰ ইউনিটি'ৰ শুভাৰম্ভ কৰে ।

  • #WATCH | Delhi: President Droupadi Murmu, Union Home Minister Amit Shah, Vice President Jagdeep Dhankhar, Delhi LG VK Saxena and Union Minister Meenakashi Lekhi pay floral tributes at the statue of Sardar Vallabhbhai Patel in Patel Chowk on his birth anniversary. pic.twitter.com/UFPG71fx0J

দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনা আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিয়েও পেটেল চকত আয়োজিত লৌহমানৱ পেটেলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ।

  • #WATCH | PM Modi administers 'National Unity Day' pledge to the public at Ekta Nagar in Gujarat on the occasion of the birth anniversary of Sardar Vallabhbhai Patel pic.twitter.com/LupBAVDym7

গুজৰাটত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা নগৰত ৰাইজক সম্বোধন কৰে । সমান্তৰালকৈ তেওঁ কেভাড়িয়াত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰে ।

  • #WATCH | Union Minister Dharmendra Pradhan participates in the 'Run for Unity' on the occasion of Rashtriya Ekta Diwas (National Unity Day) in Odisha's Cuttack district. pic.twitter.com/QTKtvYA9SI

লগতে পঢ়ক :National Unity Day: আজি দেশজুৰি পালন কৰা হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.