ETV Bharat / bharat

উপ-নিৰ্বাচনৰ বাবে সাজু মিজোৰামৰ ৰাজনৈতিক দল

আগন্তুক মাহত মিজোৰামত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । ইয়াৰ বাবে সাজু হৈ উঠিছে সকলো । সমান্তৰালকৈ মিজোৰাম প্ৰদেশ বিজেপি দল সাজু হৈ উঠিছে । ৰাজ্যখনত আগন্তুক মাহত উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চেৰছিপ সমষ্টিত লালহৰিয়াট্ৰেংগা ছাংতেক বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে । আনহাতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ভানলালজাৱামাক এমএনএফপ্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ।

আগন্তুক উপ-নিৰ্বাচনৰ বাবে সাজু মিজোৰাম সকলো ৰাজনৈতিক দল

author img

By

Published : Mar 27, 2021, 4:05 PM IST

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: আগন্তুক মাহত মিজোৰামত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । ইয়াৰ বাবে সাজু হৈ উঠিছে সকলো । সমান্তৰালকৈ মিজোৰাম প্ৰদেশ বিজেপি দল সাজু হৈ উঠিছে । ৰাজ্যখনত আগন্তুক মাহত উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চেৰছিপ সমষ্টিত লালহৰিয়াট্ৰেংগা ছাংতেক বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে । আনহাতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ভানলালজাৱামাক এমএনএফপ্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ।

২০১৮ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভাৰ সাংসদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল লালহৰিয়াট্ৰেংগা ছাংতে । তাৰ পাচত তেওঁ আনুষ্ঠানিকভাৱে প্ৰথমে খৃষ্টান চেলৰ অধ্যক্ষ হিচাপে বিজেপিত যোগদান কৰিছিল আৰু পৰৱৰ্তী সময়ত বিজেপিৰ চৰকাৰী মুখপাত্ৰ হিচাপে দলত কাম কৰিছিল । উল্লেখ্য যে, লালহৰিয়াট্ৰেংগা ছাংতে এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা যিয়ে ভাৰতীয় খনি ব্যুৰ'ৰ সৈতে কাম কৰিছিল । ইফালে, বিজেপিৰ লগতে আন সকলো মুখ্য ৰাজনৈতিক দলেও যেনে এমএনএফ, কংগ্ৰেছ, জেডপিএম আৰু পিচিয়েও ইতিমধ্যে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিছে ।

লগতে পঢ়ক: মিজোৰামত 6 গৰাকীৰ দেহত ক’ভিড 19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.