ETV Bharat / bharat

দেওবাৰেও উষ্ণতা হ্ৰাস ৰাজধানী দিল্লীৰ

author img

By

Published : Feb 14, 2021, 12:38 PM IST

দেওবাৰে ৰাজধানী নতুন দিল্লীৰ নিম্নতম উষ্ণতা স্বাভাৱিকতকৈ হ্ৰাস পায় । দিল্লীৰ নিম্নতম তাপমাত্ৰা ৮.৬ ডিগ্ৰী চেলচিয়াছ । সৰ্বাধিক উষ্ণতা প্ৰায় ২৭ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা ।

দেওবাৰেও দিল্লীৰ নিম্নতম উষ্ণতা হ্ৰাস
দেওবাৰেও দিল্লীৰ নিম্নতম উষ্ণতা হ্ৰাস

নিউজ ডেস্ক,১৪ ফেব্ৰুৱাৰী: দেওবাৰে ৰাজধানী নতুন দিল্লীৰ নিম্নতম উষ্ণতা স্বাভাৱিকতকৈ হ্ৰাস পায় । ডাঠ কুঁৱলীৰ আৱৰণেৰে ঢাকি ধৰিছে পৰিৱেশ ৷ যাৰ ফলত পথচাৰী তথা যাত্ৰীসকলৰ অহা-যোৱা কৰাত সৃষ্টি হৈছে বহু অসুবিধাৰ ৷

ভাৰত বতৰ বিজ্ঞান বিভাগে জাৰি কৰা তথ্য অনুসৰি, দেওবাৰে দিল্লীৰ নিম্নতম তাপমাত্ৰা হৈছে ৮.৬ ডিগ্ৰী চেলচিয়াছ । বতৰৰ গড় হিচাপত নিম্নতম তাপমাত্ৰা দুই নম্বৰৰ নিম্নগামী বুলি জনায় বিভাগটোৱে । দেওবাৰে পুৱা ৮.৩০ বজাত আপেক্ষিক আৰ্দ্ৰতা ১০০ শতাংশ আছিল ।

অৱশ্যে দেওবাৰে বতৰ ফৰকাল হোৱাৰ বিষয়ে আগতীয়াকৈ জাৰি কৰিছিল বতৰ বিজ্ঞানীসকলে ৷ লগতে সৰ্বাধিক উষ্ণতা প্ৰায় ২৭ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে বুলিও কয় । সোমবাৰে নুন্যতম তাপমাত্ৰা ৯ ডিগ্ৰী চেলচিয়াছত স্থিৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে ।

লগতে পঢ়ক: তেলেংগানাত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.