ETV Bharat / bharat

Father's Day 2023: এইবাৰ পিতৃ দিৱস কৰি তোলক বিশেষ, আপোনাৰ পিতৃৰ বাবে কৰক এইসমূহ কাম

এইবাৰ ১৮ জুন দেওবাৰে পালন কৰা হ’ব পিতৃ দিৱস । গতিকে, এতিয়াই কৰক প্লেনিং আৰু আপোনাৰ পিতৃৰ বাবে পিতৃ দিৱস কৰি তোলক বিশেষ ।

Make Father's Day special, do some memorable work for your father
এইবাৰ পিতৃ দিৱস কৰি তোলক বিশেষ, আপোনাৰ পিতৃৰ বাবে কৰক এইসমূহ কাম
author img

By

Published : Jun 13, 2023, 4:52 PM IST

প্ৰতি বছৰে ১৮ জুনত পিতৃ দিৱস পালন কৰা হয় । গোটেই জীৱন দেউতাকে আপোনাৰ বাবে কৰা সকলো কামৰ বাবে ধন্যবাদ দি এই দিৱস পালন কৰিব পাৰে । আচলতে মাতৃৰ তুলনাত পিতৃ সদায় গুৰুতৰ আৰু কঠোৰ ব্যক্তি, যিয়ে নিজৰ অনুভৱবোৰ খুব কমেইহে প্ৰকাশ কৰে ।

এনে পৰিস্থিতিত তেওঁক জীৱনৰ যিকোনো সময়তে আৱেগিক হৈ মনৰ কথা ক’বলৈ সুযোগ দিয়ক আৰু ইয়াৰ বাবে আপুনি পিতৃ দিৱস বাছি ল’ব পাৰে (How to make father's day special)।

Make Father's Day special, do some memorable work for your father
পিতৃ দিৱস

পিতৃ দিৱসক এনেদৰে বিশেষ কৰি তোলক-

১/ পিতৃৰ সৈতে সময় কটাওক

পিতৃৰ সৈতে সময় কটাওক

পিতৃ দিৱস এইবাৰ দেওবাৰে পৰিছে, গতিকে উইকেণ্ড ডে’ এটাৰ পৰিকল্পনা কৰক আৰু বিৰতি লওক আৰু মাত্ৰ দেউতাৰ সৈতে খোজ কাঢ়িবলৈ যাওক । এনে কৰিলে আপোনাৰ আৰু তেওঁলোকৰ এটা বিশেষ সময় পোৱা যাব আৰু দুয়োৰে বান্ধোন শক্তিশালী হ’ব । গতিকে, এতিয়াৰ পৰা যথেষ্ট সময় আছে, কামত লাগি যাওক ।

২/ আপোনাৰ পিতৃৰ মনপচন্দ সামগ্ৰী ক্ৰয় কৰক

আপোনাৰ পিতৃৰ মনপচন্দ সামগ্ৰী ক্ৰয় কৰক

আপোনাৰ পিতৃয়ে কেতিয়াবা টকা সঞ্চয়ৰ বাবে বা ঘৰৰ আন কামৰ বাবে নিজৰ পছন্দৰ বস্তু লোৱাৰ পৰা বিৰত থাকে । কিন্তু এই সুযোগ আপোনাৰ বাবে যেতিয়া আপুনি আপোনাৰ পিতৃৰ প্ৰিয় বস্তু ক্ৰয় কৰিব পাৰে তেন্তে, তেওঁক বজাৰ কৰিবলৈ লৈ যাওক আৰু টকাৰ অভাৱত কিনিব নোৱাৰা সকলো বস্তু তেওঁলোক লৈ দিয়ক ।

৩/ তেওঁৰ বাবে পাৰ্টিৰ আয়োজন কৰক

আপোনাৰ পিতৃৰ বাবে পাৰ্টিৰ আয়োজন কৰক । এই পাৰ্টিলৈ আপোনাৰ পিতৃৰ বন্ধু-বান্ধৱীক নিমন্ত্ৰণ কৰক । ইয়াত তেওঁলোকৰ প্ৰিয় খাদ্য ৰাখক । আপুনি এই পাৰ্টিৰ পৰিকল্পনা এনেদৰে কৰক যে তেওঁলোকে পুৰণি দিনবোৰৰ স্মৃতি পুনৰ ৰোমন্থণ কৰিব পাৰে ।

তেওঁৰ বাবে পাৰ্টিৰ আয়োজন কৰক

৪/ পিতৃক গধুৰ দায়িত্বৰ পৰা মুক্ত কৰক

যদি আপুনি পিতৃৰ ডাঙৰ ডাঙৰ দায়িত্ব ল’ব পৰাকৈ ফিট হৈ পৰিছে তেন্তে পিতৃক এই দায়িত্ববোৰৰ পৰা মুক্ত কৰিবলৈ এইটো ভাল দিন । মাথোঁ এই সকলোবোৰ কথা চিন্তা কৰি হিচাপ কৰি পিতৃক কওক যে এতিয়াৰ পৰা তেওঁৰ সকলো দায়িত্ব আপুনি ল’ব তেওঁ নহয় । গতিকে, এইদৰে আপুনি এই সৰু সৰু কামবোৰ কৰি আপোনাৰ পিতৃক সুখী কৰিব পাৰে ।

লগতে পঢ়ক: Benefits of Jamun: দ্ৰুতগতিত চুলি বগা হ’বলৈ আৰম্ভ কৰিছে নেকি ? তেন্তে জামুৰ গুটিয়ে আপোনাক কৰিব সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.