ETV Bharat / bharat

১৬ জাঁই সজীৱ গুলীসহ বিমানবন্দৰত আটক প্ৰাক্তন বিধায়ক - বেঙ্গালুৰুৰ কেম্পেগৌডা

লিংগাসুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মনপ্পা ভজলৰ পৰা ১৬ জাঁই সজীৱ গুলী উদ্ধাৰ । বেংগালুৰুৰ পৰা হায়দৰাবাদলৈ যাবলৈ আহোতে বিমানবন্দৰৰ নিয়মীয়া তালাচীত হট্টী সোণৰ খনি নিগমৰ অধ্য়ক্ষ তথা প্ৰাক্তন বিধায়ক গৰাকীৰ পৰা উদ্ধাৰ কৰা হয় গুলীখিনি ।

১৬ জাঁই সজীৱ গুলীসহ বিমানবন্দৰত আটক লীঙ্গাসুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক

author img

By

Published : Dec 20, 2020, 5:47 PM IST

নেশ্য়নেল ডেস্ক , ২০ ডিচেম্বৰ : বেংগালুৰুৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰত এজন ব্য়ক্তিয়ে কঢ়িয়াই অনা বেগত উদ্ধাৰ ১৬ জাঁই সজীৱ গুলী । ব্য়ক্তিগৰাকী হ'ল হট্টী সোণৰ খনি নিগমৰ অধ্য়ক্ষ তথা লিংগাসুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মনপ্পা ভজল । বেংগালুৰুৰ পৰা হায়দৰাবাদলৈ যাবলৈ আহোতে বিমানবন্দৰৰ নিয়মীয়া তালাচীত প্ৰাক্তন বিধায়ক গৰাকীৰ পৰা উদ্ধাৰ কৰা হয় গুলীখিনি ।

বিমানবন্দৰ কৰ্তৃপক্ষই তেওঁ সোধাপোছ কৰাত এই কথা গম পালে যে প্ৰাক্তন বিধায়ক গৰাকীৰ হাতত এটা বন্দুকৰ অনুজ্ঞাপত্ৰ আছে আৰু বিধায়কজনে ভুলবশতঃ বেগত গুলীখিনি লৈ আহিছিল ৷ বিমানবন্দৰ কতৃপক্ষই তেওঁক আগলৈ এনে ভুল নকৰিবলৈ সকীয়নি দিয়ে আৰু যাবলৈ দিয়া । কিন্তু এগৰাকী প্ৰাক্তন বিধায়কে কৰা এইধৰণৰ দায়িত্বজ্ঞানহীন কাৰ্যৰ পিছতে বিভিন্ন মহলত সমালোচনাৰ সন্মুখীন হৈছে তেওঁ ।

লগতে পঢ়ক : দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধিঃ ৩.৪ ডিগ্ৰী ছেলছিয়াছলৈ নামিল পাৰাস্তম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.