ETV Bharat / bharat

জন্মু-কাশ্মীৰত কেবাকোটি টকীয়া ঔদ্য়োগিক বিকাশ যোজনা ঘোষণা

author img

By

Published : Jan 7, 2021, 7:29 PM IST

কেন্দ্ৰীয় শাসিত অঞ্চলৰ উন্নয়ন খণ্ডৰ বিকাশৰ লগতে ভিতৰুৱা অঞ্চলসমূহৰ ঔদ্য়োগিক বিকাশ সাধনৰ বাবে বৃহস্পতিবাৰে জন্মু-কাশ্মীৰ প্ৰশাসনে নতুন উদ্যোগিক উন্নয়ন আঁচনি চমুকৈ IDSৰ মুঠ ২৮,৪০০ কোটি টকা ব্যয় সাপেক্ষে আঁচনিখনৰ ঘোষণা কৰে ।

জন্মু-কাশ্মীৰত কেবাকোটি টকীয়া ঔদ্য়োগিক বিকাশ যোঁজনা ঘোষণা

নিউজ ডেস্ক,৭ জানুৱাৰী: কেন্দ্ৰীয় শাসিত অঞ্চলৰ উন্নয়ন খণ্ডৰ বিকাশৰ লগতে ভিতৰুৱা অঞ্চলসমূহৰ ঔদ্য়োগিক বিকাশ সাধনৰ বাবে বৃহস্পতিবাৰে জন্মু-কাশ্মীৰ প্ৰশাসনে নতুন উদ্যোগিক উন্নয়ন আঁচনি চমুকৈ IDSৰ মুঠ ২৮,৪০০ কোটি টকা ব্যয় সাপেক্ষে আঁচনিখনৰ ঘোষণা কৰে । এক সূদূৰপ্ৰসাৰী ডাঙৰ সিদ্ধান্ত মৰ্মে ভাৰত চৰকাৰে জন্মু-কাশ্মীৰৰ বাবে এক নতুন ঔদ্য়োগিক বিকাশ যোঁজনাৰ মঞ্জুৰী প্ৰদান কৰাৰ কথা সংবাদমেলযোগে জনায় উপ-ৰাজ্যপাল মনোজ সিন্হাই ।

উল্লেখ্য যে,পোনপ্ৰথমবাৰৰ বাবে উন্নয়ন খণ্ডৰ বিকাশৰ বাবে ঔদ্য়োগিক বিকাশ যোঁজনা ঘোষণা কৰা হয়। ২০৩৭ চনলৈ মুঠ ২৮,৪০০ কোটি টকা ব্যয়ৰে এই প্ৰকল্পটোৰ ব্যয় কৰা হ'ব। এই যোঁজনাৰ মূল উদ্দেশ্যটো হ'ল যে আৰ্থ-সামাজিক উন্নয়নেৰে নিবনুৱা সমস্যা সমাধান কৰা। ইয়াৰোপৰি বিনিৰ্মাণ ক্ষেত্ৰৰ উপৰিও সেৱা খণ্ডৰ অধীনত থকা অনুষ্ঠানসমূহৰ ওপৰতো প্ৰভাৱ পেলাব । এই যোঁজনাত জন্মু-কাশ্মীৰৰ কেন্দ্ৰ শাসিত অঞ্চলৰ বিশেষ ভূমিকা আছে ।

লগতে পঢ়ক: কৰ্ণাটকত বিলাসী হাউচবোট মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.