ETV Bharat / bharat

ৰেমডেছিবিৰৰ অবৈধ বেহাঃ কৰ্ণাটকত ৩ জনক গ্ৰেপ্তাৰ

author img

By

Published : Apr 24, 2021, 4:42 PM IST

অবৈধভাৱে ৰেমডেছিবিৰ বিক্ৰী কৰাৰ অভিযোগত কৰ্ণাটকত তিনি জনক গ্ৰেপ্তাৰ । ধৃত লোককেইজনে বেলাগাৱীৰ পৰা বেংগালুৰুলৈ আনিছিল ৰেমডেছিবিৰ বেজী । ২৫ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰা হৈছিল প্ৰতিটো ৰেমডেছিবিৰ বেজী । ধৃত লোককেইজনৰ পৰা ১৪টা ৰেমডেছিবিৰ বেজী জব্দ কৰে আৰক্ষীয়ে ।

অবৈধভাৱে ৰেমডেছিবিৰ বিক্ৰী কৰাৰ অভিযোগত কৰ্ণাটকত তিনি জনক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: এফালে ক'ভিড মহামাৰীৰ সংক্ৰমণক লৈ প্ৰাণৰ সংশয়ত ভূগিছে দেশবাসীয়ে, আনফালে একাংশ অসাধু ব্যৱসায়ীয়ে কৰ'ণাত আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যৱহৃত ৰেমডেছিবিৰ বেজীৰ অবৈধ ব্যৱসায় আৰম্ভ কৰিছে । ৰেমডেছিবিৰ বেজীৰ অবৈধ বেহাৰে জড়িত হৈ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বহু লোক ।

শেহতীয়াকৈ কৰ্ণাটকৰ কালাবুৰ্গীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজন লোকক । আটাইকেইজনে অধিক মূল্যত ৰেমডেছিবিৰ বেজীৰ অবৈধভাৱে বিক্ৰী কৰি আহিছিল । ধৃত লোককেইজন হৈছে য়াবাৰাংগীৰ ভীমাশংকৰ আৰাব'লা, আনকালাগা গাঁৱৰ লক্ষ্মীকান্ত, কালাবুৰ্গীৰ খমেৰ কলনীৰ জিলানী খান ।

ভীমাশংকৰে ডায়েগন'ষ্টিক পৰীক্ষাগাৰত কাম কৰিছিল । লক্ষ্মীকান্তই ঔষধৰ দোকানত কাম কৰিছিল আৰু জিলানী খান নাৰ্ছ হিচাপে কৰ্মৰত হৈ আছিল । তিনিওজন লোকে প্ৰতিটো ৰেমডেছিবিৰ বেজী ২৫ হাজাৰ টকাত বিক্ৰী কৰিছিল । বেলাগাৱীৰ পৰা বেংগালুৰুলৈ আনিছিল ৰেমডেছিবিৰ বেজী । ব্ৰহ্মপুৰ আৰক্ষীয়ে ১৪টা ৰেমডেছিবিৰ বেজী জব্দ কৰে আৰু এক গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক:ছত্তিশগড়ত মাওবাদীয়ে লাইনচ্যুত কৰিলে যাত্ৰীবাহী ৰে'ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.