ETV Bharat / bharat

7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন

7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া আৰু JEE Advanced 2021 ৰ দিন ৷ এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়ালে ৷

author img

By

Published : Jan 5, 2021, 10:12 AM IST

7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন
7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে 7 জানুৱাৰীত IIT ত নামভৰ্তিৰ বাবে মাপকাঠীসমূহ আৰু JEE Advanced ৰ দিন ঘোষণা কৰিব ৷

মন্ত্ৰীগৰাকীয়ে টুইটাৰৰ জৰিয়তে কয়, "মোৰ মৰমৰ শিক্ষাৰ্থীসকল, মই 7 জানুৱাৰীত সন্ধিয়া 6 বজাত IIT ৰ নামভৰ্তিৰ বাবে মাপকাঠীসমূহ আৰু JEE Advanced ৰ দিন ঘোষণা কৰিম ৷"

JEE Advanced হৈছে ইঞ্জিনীয়াৰিঙৰ ছাত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ নামভৰ্তি পৰীক্ষা আৰু ইয়াৰ দ্বাৰা দেশৰ 23 খন IIT ত নামভৰ্তি লাভ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷

  • My dear students,
    I will announce the eligibility criteria for admission in #IITs & the date of #JEE Advanced on 7th Jan at 6 PM.
    Stay tuned! pic.twitter.com/PHvDj2xzd5

    — Dr. Ramesh Pokhriyal Nishank (@DrRPNishank) January 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

JEE Advanced পৰীক্ষাত বহিবৰ বাবে ছাত্ৰসকলে Joint Admission Board দ্বাৰা প্ৰদান কৰা মাপকাঠীসমূহ পূৰ কৰিব লাগিব ৷ এজন ছাত্ৰই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু JEE Main পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিব লাগিব ৷

কোনো এজন ছাত্ৰই JEE Advanced পৰীক্ষা একেৰাহে দুবছৰৰ বাবে দিব পাৰিব ৷ এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত ছাত্ৰসকলৰ ৰেংকিঙৰ ওপৰত নিৰ্ভৰ কৰি Joint Seat Allocation Authority (JoSAA) ৰ কাউন্সেলিঙৰ জৰিয়তে IIT ত নামভৰ্তি কৰিব পাৰে ৷

লগতে পঢ়ক : বিমানৰ টিকট বুকিঙৰ সময়ত চাইবাৰ অপৰাধৰ বলি হ’ব পাৰে আপুনি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.