ETV Bharat / bharat

জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ

author img

By

Published : Jan 26, 2021, 12:39 PM IST

Updated : Jan 26, 2021, 1:02 PM IST

সমগ্ৰ অসমবাসীলৈ 72সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা ৷ গণৰাজ্য দিৱসৰ দিনটোত প্ৰথমবাৰৰ বাবে ইটিভি ভাৰত অসমে আপোনালোকৰ বাবে লৈ আহিছে এই বিশেষ অনুষ্ঠান ৷ আজিৰ গণৰাজ্য দিৱসত আমাৰ সৈতে আছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 30 বেটালিয়নৰ বিষয়া-জোৱান আৰু সকলো কৰ্মচাৰী তথা শুভাকাংশী ৷

ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ
জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ

গণৰাজ্য দিৱসৰ দিনটোত ইটিভি ভাৰত অসম উপস্থিত হৈছিলো কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 30 বেটালিয়নৰ চাউনীত ৷ তেজপুৰৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সহযোগত আমি লৈ আহিছো চিআৰপিএফ বাহিনীৰ সৈতে আমাৰ গণৰাজ্য দিৱস বিশেষ "জয় হিন্দ" একমাত্ৰ ইটিভি ভাৰত অসমত ৷

ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ

লগতে পঢ়ক : গণৰাজ্য দিৱসৰ বিশেষ অনুষ্ঠান "জয় হিন্দ"

Last Updated : Jan 26, 2021, 1:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.