ETV Bharat / bharat

ক'ভিড-১৯ঃ যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,৬০,৯৬০ জন আক্ৰান্ত

author img

By

Published : Apr 28, 2021, 11:43 AM IST

ভাৰতত বাঢ়িয়েই আছে ক'ভিড-১৯ত দৈনিক আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,৬০,৯৬০ জন মহামাৰীৰ কবলত পৰিছে । মাত্ৰ এটা দিনত ২,৬১,১৬২ জন লোক আৰোগ্য হৈ উঠিছে আৰু ৩,২৯৩ জনে প্ৰাণ হেৰুৱাইছে ।

যোৱা ২৪ ঘণ্টাত ভাৰতত ২ লাখৰো অধিক আক্ৰান্ত

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: দেশত ভয়াৱহ ৰূপ লৈছে মহামাৰীৰ সংক্ৰমণে । প্ৰতি দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৬০,৯৬০ জন লোক ক'ভিড-১৯ৰ কবলত পৰিছে আৰু ৩,২৯৩ জন ৰোগীৰ মৃত্যু হৈছে ।

মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত ২,৬১,১৬২ জন লোকে মহামাৰীৰে যুঁজি আৰোগ্য হৈ উঠিছে । এতিয়ালৈকে দেশত ১,৭৯,৯৭,২৬৭ জন ক'ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ১,৪৮,১৭,৩৭১ জন সুস্থ হৈ উঠিছে । আনহাতে, মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ২,০১,১৮৭ জনে । বৰ্তমান দেশত ২৯,৭৮,৭০৯টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক:আগৰতলাৰ জনবহুল বজাৰসমূহ মুকলি স্থানলৈ স্থানান্তৰ কৰা হ'ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.