ETV Bharat / bharat

COVID-19: ভাৰতৰ শেহতীয়া তথ্য - COVID-19

ভাৰতত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 97,67,371 গৰাকী লোকলৈ ৷ আনহাতে বিগত 24 ঘণ্টাত 412 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 1,41,772 গৰাকীলৈ ৷

COVID-19: ভাৰতৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ শেহতীয়া তথ্য
author img

By

Published : Dec 10, 2020, 2:17 PM IST

নেশ্যনেল ডেস্ক, 10 ডিচেম্বৰ: ভাৰতত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 97,67,371 গৰাকী লোকলৈ ৷ বিগত 24 ঘণ্টাত দেশত নতুনকৈ 31,521 গৰাকী আক্ৰান্তৰ তথ্য পোৱা গৈছে ৷ আনহাতে বিগত 24 ঘণ্টাত 412 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 1,41,772 গৰাকীলৈ ৷ অৱশ্যে মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 1.45 শতাংশ ৷

বৰ্তমানলৈ 92,53,306 গৰাকী আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ দেশত সম্প্ৰতি 3,72,293 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী আছে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 3.81 শতাংশ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, 9 ডিচেম্বৰলৈ দেশত মুঠ 15,07,59,726 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ বুধবাৰৰ দিনটোত 9,22,959 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক: বৰফৰ শুকুলা চাদৰে ঢাকি ধৰিছে জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.