ETV Bharat / bharat

ভাৰতীয় নৌ সেনাৰ পৰা সেৱামুক্ত হ’ল ‘INS সন্ধ্যক’ - ভাৰতীয় নৌ সেনা বাতৰি

প্ৰায় চাৰি দশকজোৰা সেৱাৰ অন্তত ভাৰতীয় নৌ সোনাৰ পৰা সেৱামুক্ত কৰা হ’ল আই এন এছ সন্ধ্যকক ৷

AS-ntl-indian-navys-oldest-hydrographic-survey-ship-ins-sandhayak-decommissioned-img
ভাৰতীয় নৌ সেনাৰ পৰা সেৱামুক্ত হ’ল ‘INS সন্ধ্যক’
author img

By

Published : Jun 5, 2021, 11:13 AM IST

নেশ্যনেল ডেস্ক,5 জুন: ভাৰতীয় নৌ সেনাৰ আটাইতকৈ পুৰণি হাইড্ৰ’গ্ৰাফিক চাৰ্ভে জাহাজ ‘আই এন এছ সন্ধ্যক’ক 40 বছৰীয়া সেৱাৰ অন্তত সেৱামুক্ত কৰা হয় ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে এক অনুষ্টুপীয়া কাৰ্যসূচীৰ মাজেৰে বিশাখাপট্টনমৰ নেভেল ডকয়াৰ্ডত সেৱামুক্ত কৰা হয় জাহাজখনক ৷

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উপ এডমাইৰেল অজেন্দ্ৰ বাহাদুৰ সিং, ইষ্টাৰ্ণ নেভেন কমাণ্ডাৰ বৰ্তমানৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ ৷ নিজৰ চাৰি দশকজোৰা সেৱাত ‘আই এন এছ সন্ধ্যকে’ ভাৰতীয় উপদ্বীপৰ পূৱ আৰু উত্তৰ উপকূল, আন্দামান সাগৰৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰতো 200 ৰো অধিক গুৰুত্বপূৰ্ণ হাইড্ৰ’গ্ৰাফিক চাৰ্ভে চলাইছিল ৷

লগতে পঢ়ক- আগৰতলাৰ কণমানি বৰ্ষাৰ ইচ্ছা পূৰণ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.