ETV Bharat / bharat

হাৰিয়ানা-দিল্লীত ধুমুহা-বৰষুণৰ সম্ভাৱনা

author img

By

Published : Jul 5, 2021, 11:20 AM IST

Updated : Jul 5, 2021, 2:44 PM IST

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই (India Meteorological Department) সোমবাৰে পুৱা টুইট (Tweet)যোগে প্ৰকাশ কৰে যে সোমবাৰে ৰাজধানী দিল্লী (Delhi) আৰু হাৰিয়ানা (Haryana)ৰ কিছু কিছু অংশত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

IMD predicts light to moderate intensity rain in parts of Haryana, Delhi
হাৰিয়ানা-দিল্লীত আজি ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, 5 জুলাই : ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই (India Meteorological Department) সোমবাৰে ৰাজধানী দিল্লী (Delhi) আৰু হাৰিয়ানা (Haryana)ৰ কিছু কিছু অংশত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই (India Meteorological Department) সদৰী কৰা অনুসৰি, পৰৱৰ্তী দুই ঘণ্টাৰ ভিতৰত দক্ষিণ-পশ্চিম দিল্লী, ফাৰুক নগৰ, ভিৱানী, চাৰ্কি-দাদৰী, ভিৱাদি-হাৰিয়ানাৰ ঝাজ্জৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বৰষুণ আহিব পাৰে ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই (India Meteorological Department) সোমবাৰে পুৱা টুইট (Tweet)যোগে প্ৰকাশ কৰে এই কথা ৷

শনিবাৰে দিল্লীৰ কেইবাটাও স্থানত প্ৰবল বৃষ্টিপাত হৈছিল ৷ দিল্লীত বিগত কেইবাদিন ধৰি উৎকট গৰম পৰিছিল ৷ গৰমৰ ফলত দিল্লীৰ জনতা অতিষ্ঠ হৈ পৰিছিল ৷

ইয়াৰ মাজতে অহা বৰষুণজাকে দিল্লী আৰু হাৰিয়ানাৰ জনতাক যথেষ্ট সকাহ দিছিল । দিল্লীৰ জনপথ আৰু কনাট প্লেচ অঞ্চলত তীব্ৰ বতাহৰ সৈতে হৈছিল ধাৰাসাৰ বৰষুণ ৷ পূৱ দিল্লীৰ কিছু অংশতো বৰষুণ হৈছিল, যাৰ ফলত অঞ্চলটোত তাপমাত্ৰা হ্ৰাস পাইছিল ।

লগতে পঢ়ক : সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে: ৰাজনাথ সিং

Last Updated : Jul 5, 2021, 2:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.