ETV Bharat / bharat

যুদ্ধবিৰতি উলংঘণ সন্দৰ্ভত পাকিস্তানৰ বিৰুদ্ধে মানৱাধিকাৰ ভংগৰ অভিযোগ বিএছএফৰ

author img

By

Published : Nov 15, 2020, 7:26 PM IST

Updated : Nov 16, 2020, 7:57 AM IST

শ্ৰীনগৰত সীমান্ত সুৰক্ষা বল (বিএছএফ)ৰ কাশ্মীৰ ফ্ৰণ্টিয়াৰে শুকুৰবাৰে বাৰামুলা জিলাত পাকিস্তান সেনাৰ আক্ৰমণত নিহত উপ-পৰিদৰ্শক ৰাকেশ ডোভালক জনালে শেষ শ্ৰদ্ধা ।

Human rights issue should be raised against Pak for ceasefire violations: BSF
পাকৰ বিৰুদ্ধে মানৱ অধিকাৰত বিষযটো উত্থাপন কৰিব লাগে: বিএছএফ

নিউজ ডেস্ক, 15 নৱেম্বৰ : পাকিস্তানে শেহতীয়াকৈ যুদ্ধ বিৰতি উলংঘন কৰি অহাৰ ফলত জম্মু কাশ্মীৰত মানৱ সম্পদৰ লগতে সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে ৷ সমান্তৰালকৈ আহত অথবা নিহত হৈছে বহু নিৰাপত্তাৰক্ষীও ৷ কাশ্মীৰৰ বিএছএফৰ উপ মহাপৰিদৰ্শক ৰাজেশ মিশ্ৰাই দেওবাৰে প্ৰকাশ কৰে এই কথা ৷ বিএছএফৰ উপ মহাপৰিদৰ্শকগৰাকীয়ে ভাৰতৰ চিৰবৈৰী দেশখনে এনে কাৰ্যকলাপেৰে মানৱাধিকাৰ উলংঘণৰ কৰাৰ কথা ব্যক্ত কৰে ৷

ৰাজেশ মিশ্ৰাই লগতে উল্লেখ কৰে যে, 13 নৱেম্বৰত পাকিস্তানে একাধিকবাৰ যুদ্ধ বিৰতি উলংঘনেৰে আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ক কি বাৰ্তা প্ৰেৰণ কৰিব বিছাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ শ্ৰীনগৰত সীমান্ত সুৰক্ষা বল (বিএছএফ)ৰ কাশ্মীৰ ফ্ৰণ্টিয়াৰে শুকুৰবাৰে বাৰামুলা জিলাত পাকিস্তান সেনাৰ আক্ৰমণত নিহত উপ-পৰিদৰ্শক ৰাকেশ ডোভালক জনালে শেষ শ্ৰদ্ধা ।

লগতে পঢ়ক: মণ্ডলা তীৰ্থৰ বাবে মুকলি সবৰীমালা আয়াপ্পা মন্দিৰ

Last Updated : Nov 16, 2020, 7:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.