ETV Bharat / bharat

Smelly Armpits: এই ৭বিধ প্ৰাকৃতিক উপায় অনুসৰণ কৰি কাষলতিৰ গোন্ধক কওক বাই-বাই

author img

By

Published : Apr 5, 2023, 10:04 AM IST

গ্ৰীষ্মকালত বায়ুমণ্ডলত অধিক আৰ্দ্ৰতা থাকে, যাৰ ফলত কাষলতিৰ অংশত ভেঁকুৰ তথা বেক্টেৰিয়াৰ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰে । আণ্ডাৰ আৰ্মৰ বেয়া গোন্ধ কম কৰিবলৈ আমি আমাৰ শৰীৰটো পৰিষ্কাৰ আৰু শুকান কৰি ৰখা উচিত । যদি আপুনিও কাষলতিৰ অংশৰ পৰা ওলোৱা গোন্ধৰ সমস্যাত ভুগিছে তেন্তে তলত দিয়া উপায়সমূহ অনুসৰণ কৰিব পাৰে ৷

How to Get Rid of Bad Armpit Underarm Odor Smells
এই ৭বিধ প্ৰাকৃতিক উপায় অনুসৰণ কৰি কাষলতিৰ গোন্ধক কওক বাই-বাই

গ্ৰীষ্মকাল অহাৰ লগে লগে শৰীৰৰ যত্ন লোৱাৰ লগতে চাফ-চিকুন কৰি ৰখাটো অতি প্ৰয়োজনীয় হৈ পৰে, অন্যথা শৰীৰৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰে । গ্ৰীষ্মকালত আণ্ডাৰ আৰ্মৰ অৰ্থাৎ কাষলতিৰ গোন্ধও বাঢ়ি যায় আৰু ইয়াৰ বৃদ্ধিৰ কাৰণ হ’ল ছালৰ পৰা অতিমাত্ৰা ঘাম বাহিৰ হোৱা(How do I stop my armpits from smelling)।

গৰমৰ দিনত ঘাম বেছি হয় আৰু বাহুৰ তলৰ অংশত ঘামৰ এটা বিশেষ গোট থাকে যিয়ে বেক্টেৰিয়া উৎপন্ন কৰে, যাৰ ফলত বাহুৰ তলৰ অংশৰ গোন্ধ ওলায়(Why do armpits smell even after washing) । লগতে গৰমৰ দিনত বায়ুমণ্ডলত অধিক আৰ্দ্ৰতা থাকে, যাৰ ফলত বাহুৰ তলৰ অংশত ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে(Why do my armpits smell more than usual)।

আণ্ডাৰ আৰ্মৰ বেয়া গোন্ধ কম কৰিবলৈ আমি আমাৰ শৰীৰটো পৰিষ্কাৰ আৰু শুকান কৰি ৰখা উচিত(How do you detox your armpits)। ইয়াৰ লগতে তলত উল্লেখ কৰা কিছুমান ব্যৱস্থাও মানি চলিব পাৰি:

১) চোডা আৰু নেমু(Soda and lemon): এচামুচ চোডা অলপ পানীত মিহলাই পেষ্ট প্ৰস্তুত কৰি তাত এটা নেমুৰ ৰস দিব । এই মিশ্ৰণটো কাষলতিত লগাওক আৰু আৰামত শুকাবলৈ দিয়ক ।

২) এপল চাইডাৰ ভিনেগাৰ(Apple Cider Vinegar): এচামুচ এপল চাইডাৰ ভিনেগাৰ অলপ পানীৰ লগত মিহলাই কাষলতিত লগাব । ইয়াৰ ফলত বেক্টেৰিয়া আৰু দুৰ্গন্ধ দুয়োটা হ্ৰাস পাব পাৰে(Natural deodorant for smelly armpits)।

৩) হালধি(Turmeric): বাহুৰ তলৰ অংশত হালধি লগালে গোন্ধ কমি যায় । এচামুচ হালধি অলপ পানীত মিহলাই পেষ্ট প্ৰস্তুত কৰি কাষলতিৰ অংশত লগাওক ।

৪) গোলাপৰ পানী(Rose water): গোলাপৰ পানী বাহুৰ তলত লগালে বেয়া দুৰ্গন্ধ আঁতৰি যাব পাৰে। ইয়াক পোনে পোনে কাষলতিত স্প্ৰে কৰিব পাৰে ।

৫) বগা ভিনেগাৰ(White Vinegar): বগা ভিনেগাৰে গোন্ধ নাইকিয়া কৰাত সহায় কৰে(best natural deodorant spray) । অলপ নিমখ মিহলাই কাষলতিত লগাব পাৰে(natural deodorant DIY)৷

৬) আলমণ্ড অইল(Almond oil): আলমণ্ড অইলৰ এন্টিঅক্সিডেন্ট গুণে আপোনাৰ ছালখন মসৃণ কৰি ৰাখে আৰু লগতে দুৰ্গন্ধ কমায় । দৈনিক বাহুৰ তলত আলমণ্ড তেল লগাব লাগে ।

৭) চাহ গছৰ তেল(Tea tree oil): চাহ গছৰ তেল প্ৰাকৃতিক এন্টিবেক্টেৰিয়েল, যিয়ে আপোনাৰ কাষলতিৰ গোন্ধ কমোৱাত সহায় কৰে ।

লগতে পঢ়ক: Breathing Exercise: টোপনি নহাৰ সমস্যাত যদি ভুগিছে তেন্তে অনুসৰণ কৰক ৪-৭-৮ শ্বাস প্ৰশ্বাসৰ কৌশল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.