- হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা(Himachal Pradesh Assembly election 2022)
- ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন
- ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব নিৰ্বাচনৰ
- ১৭ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈকে দাখিল কৰিব পাৰিব মনোনয়ন
- মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৯ অক্টোবৰ
- ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে সংবাদমেল যোগে ঘোষণা কৰে এই কথা(Election Commission of India)
- গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন এতিয়ালৈকে ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে
Himachal Pradesh Assembly Election: হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা - ভাৰতীয় নিৰ্বাচন আয়োগ
শুকুৰবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন(Himachal Pradesh Assembly election 2022) ৷ অৱশ্যে এতিয়ালৈ ঘোষণা কৰা হোৱা নাই গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন(Gujrat Assembly election 2022) ৷
হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা