ETV Bharat / bharat

মেচেজিং এপৰ গোপনীয়তা নীতিৰ তদন্তৰ আবেদন নাকচ ন্যায়ালয়ৰ

author img

By

Published : May 6, 2021, 3:50 PM IST

মুখ্য ন্যায়াধীশ ডি এন পাটিল আৰু ন্যায়াধীশ জছমিত সিঙৰ বিচাৰপীঠে মেচেজিং এপৰ নতুন গোপনীয়তা নীতিৰ তদন্ত আদেশৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ কৰে ৷

উচ্চ ন্যায়ালয়ে মেচেজিং এপৰ নতুন গোপনীয়তা নীতি তদন্তৰ বিৰুদ্ধে আবেদন নাকচ কৰে

নেশ্যনেল ডেস্ক,6 মে’: বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে চিচিআইৰ মেচেজিং এপৰ নতুন গোপনীয়তা নীতিৰ নিৰ্দেশ দিয়া তদন্তৰ বিৰুদ্ধে আবেদন নাকচ কৰে ৷ মুখ্য ন্যায়াধীশ ডি এন পাটিল আৰু ন্যায়াধীশ জছমিত সিঙৰ বিচাৰপীঠে চিচিআইক জাননী জাৰি কৰি তদন্তৰ নিৰ্দেশ দিয়ে ৷ লগতে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা ২১ মে'ৰ ভিতৰত পৰৱৰ্তী শুনানিৰ দিন বিচাৰে ৷

২২ এপ্ৰিলত ন্যায়াধীশে কৈছিল যে, যদিও হোৱাটছ এপৰ নতুন গোপনীয়তা নীতিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত আৱেদনৰ ফলাফলৰ বাবে অপেক্ষা কৰাটো চিচিআইৰ বাবে বুদ্ধিয়কৰ কাম হ’ব, কিন্তু এনে নকৰিলে আদেশ অমান্য কৰা হ’ব ৷ আনহাতে উচ্চ ন্যায়ালয়ে ফেচবুকত চিচিআইৰ স্থিতি বিচাৰে আৰু হোৱাটছ এপৰ গোপনীয়তা নীতিৰ বিৰুদ্ধে একক ন্যায়াধীশৰ আদেশৰ বিৰুদ্ধে আপীল কৰে ৷

লগতে পঢ়ক : বায়ু সেনাৰ বিমান ঘাটিত ক'ভিড ৰোগীৰ বাবে বিচনাৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.