নেচনেল ডেস্ক,৭ জুলাই:জম্মু-কাশ্মীৰৰ (জে-কে)ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাই বৃহস্পতিবাৰে হজৰতবল তীৰ্থস্থান পৰিদৰ্শন কৰে (JK Governor visited the Hazratbal shrine)। তেওঁ দেওবাৰে উদযাপন কৰিবলগীয়া ঈদ-উল-আধা উৎসৱৰ ব্যৱস্থাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে । ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাৰ সৈতে জম্মু আৰু কাশ্মীৰৰ অধ্যক্ষ কে ৱাকফ বোৰ্ডৰ অধ্যক্ষ দাৰক্ষন আন্দ্ৰাবি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।
ৰাজ্য়পাল সিনহাই বিখ্যাত ডল হ্ৰদৰ ওচৰৰ ঈদৰ নামাজ পঢ়িবলগীয়া স্থানত লোকসকলৰ বাবে বিদ্যুৎ, অনাময় আৰু পানী যোগানৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰা বুলি বিষয়াসকলে সদৰি কৰিছে (Eid in Dal Lake)। ৰাজ্য়পালগৰাকীয়ে প্ৰশাসনক দেওবাৰে বৰষুণৰ পৰা হাত সাৰিব পৰা প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে।
-
Paid obeisance at Dargah Hazratbal. Reviewed the arrangements being made for the auspicious occasion of Eid-ul-Zuha, which teaches us to be kind, charitable and to work for the greater good of humanity. Prayed for happiness and prosperity for people of J&K UT. pic.twitter.com/YiCLOgi36Q
— Office of LG J&K (@OfficeOfLGJandK) July 7, 2022 " class="align-text-top noRightClick twitterSection" data="
">Paid obeisance at Dargah Hazratbal. Reviewed the arrangements being made for the auspicious occasion of Eid-ul-Zuha, which teaches us to be kind, charitable and to work for the greater good of humanity. Prayed for happiness and prosperity for people of J&K UT. pic.twitter.com/YiCLOgi36Q
— Office of LG J&K (@OfficeOfLGJandK) July 7, 2022Paid obeisance at Dargah Hazratbal. Reviewed the arrangements being made for the auspicious occasion of Eid-ul-Zuha, which teaches us to be kind, charitable and to work for the greater good of humanity. Prayed for happiness and prosperity for people of J&K UT. pic.twitter.com/YiCLOgi36Q
— Office of LG J&K (@OfficeOfLGJandK) July 7, 2022
টুইটাৰৰ জৰিয়তে ৰাজ্য়পাল সিনহাই কয় যে এই উৎসৱটিৱে মানুহক দয়ালু, দাতব্য হ'বলৈ আৰু মানৱতাৰ বৃহত্তৰ কল্যাণৰ বাবে কাম কৰিবলৈ শিকায় । 'দৰগাহ হজৰতবললৈ প্ৰণাম। পৱিত্ৰ ঈদ-উল-জুহাৰ উপলক্ষে কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰো, যিয়ে আমাক দয়ালু, দাতব্য আৰু মানৱতাৰ বৃহত্তৰ কল্যাণৰ বাবে কাম কৰিবলৈ শিকায় । জম্মু-কাশ্মীৰৰৰ লোকসকলৰ বাবে সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো ।' টুইটাৰত ৰাজ্য়পাল সিনহাই এইদৰে উল্লেখ কৰে ।
লগতে পঢ়ক:নূপুৰ শৰ্মাক শিৰচ্ছেদ কৰাৰ ভাবুকি দিয়া এজনক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ