ETV Bharat / bharat

সাধাৰণ বাজেটৰ প্ৰতিটো তথ্য LIVE

author img

By

Published : Feb 1, 2021, 11:38 AM IST

Updated : Feb 1, 2021, 1:02 PM IST

FM Sitharaman to present Union Budget 2021 today
2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট দাখিল বিত্তমন্ত্ৰীৰ

12:45 February 01

জৰুৰীকালীন পুঁজি 30 হাজাৰ কোটি টকালৈ বৃদ্ধি

75 বছৰৰ উৰ্ধৰ ব্যক্তিয়ে দিব নালাগে আয়কৰ

অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে দিব নালাগে আয়কৰ

12:36 February 01

2020-21 বৰ্ষত দেশত বিত্তীয় ঘাটি 9.5 শতাংশ

স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে 64.128 কোটি টকাৰ পেকেজ

'গগন যান অভিযান' আঁচনিৰ জৰিয়তে ৰাছিয়াত 4 গৰাকী মহাকাশচাৰীক প্ৰশিক্ষণ

11:27 February 01

ক'ভিড মহামাৰীৰ পিচত প্ৰথমবাৰৰ বাবে বিত্তমিন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটা দাখিল ৷ 2021-22 বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰীৰ ৷ ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হয় বাজেট ৷ 

সংসদৰ সাধাৰণ বাজেট অধিবেশনত পৰিবহন বিভাগলৈ বিশেষ পেকেজ:

  • দেশৰ গ্ৰাম্যঞ্চলৰ পৰিবহন বিভাগৰ বাবে 18 কোটি টকাৰ আঁচনি
  • মে'ট্ৰ সোৱাৰ বাবে 'Metro Light আৰু 'Metro Neo' নামৰ নতুন প্ৰযুক্তি মুকলি

পথ নিৰ্মাণৰ বাবে বাজেটত বিশেষ পেকেজ:

  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পথ নিৰ্মাণৰ বাবে 1.35 লাখ কোটি টকাৰ পেকেজ ৷ তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ মেৰামতি বাবে আঁচনি মুকলি ৷
  • পশ্চিম বংগত 25 হাজাৰ কোটি টকাৰে পথ নিৰ্মাণৰ পেকেজ ৷ একেদৰে,কেৰালাত 65 হাজাৰ কোটি টকাৰে পথ নিৰ্মাণৰ আঁচনি ঘোষণা
  • অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰীৰ 'জন জীৱন আৰবান মিচন' আঁচনি মুকলি

  • সাধাৰণ বাজেটত 'জন জীৱন আৰবান মিচন' নামৰ আঁচনি মুকলি ৷ যি আঁচনিৰ জৰিয়তে 4378 গ্ৰাম্য বডি আৰু 2.86 কোটি টকাৰে গ্ৰাম্যঞ্চলৰ পানী সংৰক্ষণ কৰা হ'ব ৷
  • একেদৰে, 'স্বচ্চ ভাৰত' আঁচনিৰ জৰিয়তে বায়ু প্ৰদূষণ ৰোধ কৰা আৰু প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰিবৰ বাবে 1,4,1670 কোটি টকাৰ পেকেজ ঘোষণা

20 হাজাৰ কোটি টকাৰে বিত্তীয় প্ৰতিষ্ঠান মুকলিৰ আঁচনি ঘোষণা

  • বিত্তমন্ত্ৰীয়ে দেশৰ সাধাৰণ বাজেটত 20 হাজাৰ কোটি টকাৰে বিত্তীয় প্ৰতিষ্ঠানৰ আন্তঃগাথনি উন্নয়নৰ বাবে আঁচনি মুকলি

35 হাজাৰ কোটি নতুন ক'ভিড ভেকচিন প্ৰস্তুত

  • বিত্তমন্ত্ৰীয়ে অতিৰিক্তভাৱে 35 হাজাৰ কোটি নতুন ক'ভিড ভেকচিন প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

প্ৰধানমন্ত্ৰী 'আত্ম নিৰ্ভৰ স্বচ্চ ভাৰত যোজনা' আঁচনিলৈ 64 হাজাৰ কোটি টকাৰ পেকেজ

  • আগন্তুক 6 বছৰৰ বাবে প্ৰধানমন্ত্ৰী 'আত্ম নিৰ্ভৰ স্বচ্চ ভাৰত যোজনা আঁচনি'লৈ 64,180 কোটি টকাৰ বিশেষ পেকেজ
  • এই পেকেজৰ জৰিয়তে প্ৰাথমিক, মাধ্যমিক স্বাস্থ্য খণ্ডৰ বিকাশ কৰা হ'ব
  • একেদৰে, 17,000 হাজাৰ গ্ৰাম্য চিকিৎসালয় আৰু 11,000 নগৰ চিকিৎসালয়ৰ বিকাশ কৰা হ'ব

ভাৰতে পুনৰ ক'ভিড ভেকচিন মুকলিৰ দিশলৈ

  • ভাৰতে পুনৰ দুটা নতুন ক'ভিড ভেকচিন মুকলিৰ দিশলৈ অগ্ৰসৰ হৈছে
  • ইতিমধ্যে, ভাৰতৰ ক'ভিড ভেকচিনৰ বাবে 100 খন দেশৰ মংগল সাধন হৈছে
  • শীঘ্ৰে দুটা ক'ভিড ভেকচিন মুকলি হ'ব ভাৰতত

Last Updated : Feb 1, 2021, 1:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.