ETV Bharat / bharat

কন্য়া সন্তান জন্মাৰ বাবেই আত্মহত্যা পিতৃৰ - কন্য়া সন্তান জন্মাৰ বাবেই আত্মহত্যা পিতৃৰ

চতুৰ্থবাৰৰ বাবে কন্য়া সন্তান জন্ম হোৱাৰ বাবেই উত্তৰ প্ৰদেশত আত্মহত্যা কৰে এগৰাকী লোকে । এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ললিতপুৰৰ ধুৰৱাৰা গাঁৱত ।

কন্য়া সন্তান জন্মাৰ বাবেই আত্মহত্যা পিতৃৰ

author img

By

Published : Dec 5, 2020, 1:18 PM IST

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ ললিতপুৰৰ ধুৰৱাৰা গাঁৱৰ এগৰাকী লোকে বিষপান কৰি আত্মহত্যা কৰে । কিয়নো তেওঁৰ পত্নীয়ে চতুৰ্থবাৰৰ বাবে পুনৰ এগৰাকী কন্য়া সন্তান প্ৰসৱ কৰে ।

বিনোদ আহিৰৱাৰ, তেওঁ এগৰাকী কৃষক পৰিয়ালৰ সদস্য । যাৰ আকাংক্ষা আছিল এটি পুত্ৰ সন্তান লাভৰ । তেনে ক্ষেত্ৰত চতুৰ্থ গৰাকী কন্যা সন্তানৰ জন্মৰ পাচত তেওঁ ভাগি পৰে আৰু আত্মহত্যাৰ পথ বাছি লয় । চাৰিগৰাকীকৈ কন্যা সন্তান থকাৰ বাবে হতাশাত ভূগিছিল লোকজনে । যাৰ বাবে তেওঁ এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে ।

লগতে পঢ়ক: মালিগাঁৱত পৰকীয়া প্ৰেমৰ বাবেই পত্নীক নিৰ্যাতন স্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.