ETV Bharat / bharat

Gunfight rages in Kulgam: জম্মু-কাশ্মীৰৰ কুলগামত এনকাউণ্টাৰ

বুধবাৰে পুৱাৰে পৰা জম্মু-কাশ্মীৰৰ কুলগামৰ ব্ৰেইহাৰ্ড কাঠপোৰা অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত আৰম্ভ হৈছে সংঘৰ্ষ (Encounter between militants and security forces) ।

author img

By

Published : Jul 27, 2022, 7:06 AM IST

Encounter in Kathpora Yari pora area of Kulgam
Gunfight rages in Kulgam: জম্মু-কাশ্মীৰৰ কুলগামত এনকাউণ্টাৰ

নেশ্যনেল ডেস্ক, 27 জুলাই : বুধবাৰে পুৱাৰে পৰা দক্ষিণ কাশ্মীৰৰ কুলগাম জিলা (Kulgam District of Jammu and Kashmir)ৰ ব্ৰেইহাৰ্ড কাঠপোৰা অঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত আৰম্ভ হৈছে সংঘৰ্ষ (Encounter between militants and security forces) ।

কাশ্মীৰ জ’ন আৰক্ষীয়ে এক টুইটযোগে এই কথা উল্লেখ কৰি জনোৱা অনুসৰি, ব্ৰেইহাৰ্ড কাঠপোৰা অঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্ৰচণ্ড গুলিয়াগুলীৰ ঘটনা সংঘটিত হৈছে৷ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বৰ্তমানেও অভিযান অব্যাহত ৰখা বুলিও উল্লেখ কৰিলে কাশ্মীৰ জ’ন আৰক্ষীয়ে (Police and security forces are on the job)৷

অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে কোনো লোক হতাহত হোৱাৰ তথ্য আহি পৰা নাই ৷

লগতে পঢ়ক: Kargil Vijay Diwas 2022 : শ্ৰীনগৰত কাৰ্গিল বিজয় দিৱসৰ ব্যাপক আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.