ETV Bharat / bharat

জম্মু কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলী

author img

By

Published : Sep 6, 2022, 7:18 PM IST

অনন্তনাগ জিলাৰ পোছ কাৰেৰী অঞ্চলত মঙলবাৰে নিৰাপত্তাৰক্ষীৰ এটা দলে আৰম্ভ কৰা তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয় (Operation launched by the security personnel )৷ অঞ্চলটোত তিনিটা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছিল (three militants in the area)৷

J&K: Encounter breaks out in Anantnag
J&K: Encounter breaks out in Anantnag

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ: জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় (Encounter breaks out in Anantnag)৷ অনন্তনাগ জিলাৰ পোছ কাৰেৰী অঞ্চলত মঙলবাৰে নিৰাপত্তাৰক্ষীৰ এটা দলে আৰম্ভ কৰা তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয় (Operation launched by the security personnel)৷

অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিশ্চিত তথ্যৰ ভিত্তিত এই তালাচী চলাইছিল নিৰাপত্তাৰক্ষীৰ দলটোৱে ৷ নিৰাপত্তাৰক্ষীৰ দলটোৱে অঞ্চলটোৱে প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ দললৈ উদ্দেশ্যে লক্ষ্য কৰি গুলীচালনা কৰাৰ পিছতে দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷

এতিয়ালৈকে অব্যাহত থকা এই গুলীয়াগুলীৰ ঘটনাত দুয়োপক্ষৰ কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ পোৱা গৈছে ৷ সূত্ৰই জানিবলৈ দিয়া মতে অঞ্চলটোত তিনিটা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছিল (three militants in the area)৷

লগতে পঢ়ক: দক্ষিণ কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.