ETV Bharat / bharat

Health tips: ব্ৰেকফাষ্টত ভিটামিন Dৰে ভৰা এই স্মুদি খাওক, আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাওক - স্বাস্থ্য বাতৰি

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো Orange Oats Smoothie তৈয়াৰৰ ৰেচিপি । এই স্মুদি সোৱাদযুক্ত আৰু পুষ্টিকৰ উপাদানৰে ভৰপূৰ । আপুনি মাত্ৰ ৫ মিনিটতে ব্ৰেকফাষ্টৰ বাবে ইয়াক তৈয়াৰ কৰি পান কৰিব পাৰে, গতিকে আহকচোন জানো অৰেঞ্জ অটছ স্মুদি কেনেকৈ তৈয়াৰ কৰিব পাৰি ।

Drink this smoothie full of vitamin D daily in breakfast, knee pain will go away in a few days
ব্ৰেকফাষ্টত ভিটামিন Dৰে ভৰা এই স্মুদি খাওক, আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাওক
author img

By

Published : Apr 4, 2023, 1:42 PM IST

কমলা আৰু ওটচ দুয়োটা এনে খাদ্য যিবোৰত ভাল পৰিমাণৰ ভিটামিন D থাকে(Should I put raw oats in a smoothie)। ভিটামিন D এবিধ খনিজ উপাদান যিয়ে আপোনাৰ হাড় শক্তিশালী কৰাত সহায় কৰে । সেয়ে যদি আপুনি কমলা আৰু অটচ মিহলাই স্মুদি বনাই পান কৰে, তেন্তে আপোনাৰ শৰীৰে ভাল পৰিমাণৰ ভিটামিন D লাভ কৰে । যাৰ দ্বাৰা হাড়ৰ বিষৰ পৰা মুক্তি পাব পাৰি । ইয়াৰ উপৰিও কমলাত ভাল পৰিমাণৰ ভিটামিন C থাকে, গতিকে এই স্মুদি সেৱন কৰিলেও আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি পায়(orange smoothie for weight loss)।

সেয়ে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো Orange Oats Smoothie তৈয়াৰৰ ৰেচিপি(oats smoothie for weight loss)। এই স্মুদি সোৱাদযুক্ত আৰু পুষ্টিকৰ উপাদানৰে ভৰপূৰ(What are the benefits of oranges in smoothies) । আপুনি মাত্ৰ ৫ মিনিটত ব্ৰেকফাষ্টৰ বাবে এইটো বনাব পাৰে আৰু পান কৰিব পাৰে, গতিকে আহক আমি জানো যে কেনেকৈ Orange Oats Smoothie ঘৰতে সহজে তৈয়াৰ কৰিব পাৰি জানো আহক.....

অৰেঞ্জ অটছ স্মুদি তৈয়াৰ প্ৰয়োজনীয় উপাদান-

  • ৰোলড অটছ আধা কাপ
  • কমলাৰ ৰস একাপ
  • আপেল বা কল
  • অলপ আলমণ্ড

অৰেঞ্জ অটছ স্মুদি কেনেকৈ তৈয়াৰ কৰিব ? (How To Make Orange Oats Smoothie)

  • অৰেঞ্জ অটছ স্মুদি তৈয়াৰ কৰিবলৈ প্ৰথমে অটছখিনি ভালদৰে ধুব লাগিব(Is oats in a smoothie healthy) ।
  • তাৰ পিছত আপুনি অটছখিনি পানীত আৰু এক চতুৰ্থাংশ কাপ কমলাৰ ৰসত প্ৰায় ৮-১০ ঘণ্টা তিয়াই থ’ব ।
  • ইয়াৰ পিছত এটা ব্লেণ্ডাৰ জাৰত ওটচ, কল বা আপেলৰ টুকুৰা দিব ।
  • তাৰ পিছত তাত বাদাম আৰু কমলাৰ ৰস দি পিহি মিহি স্মুদি বনাব(orange juice oat milk smoothie)।
  • এতিয়া আপোনাৰ অৰেঞ্জ অটছ স্মুদি পৰিৱেশনৰ বাবে সাজু হৈছে(Healthy Drink) ।

লগতে পঢ়ক: Extramarital affair: বিবাহিত পুৰুষ বা মহিলাই কিয় অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হয় জানেনে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.