ETV Bharat / bharat

কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

author img

By

Published : Apr 20, 2021, 1:27 PM IST

কৰ’ণাত আক্ৰান্ত হৈছে ড'নাৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং ৷ মঙলবাৰে টুইটযোগে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Dr Jitendra Singh tested covid positive
কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

নিউজ ডেস্ক, 20 এপ্ৰিল: ক’ৰণাত আক্ৰান্ত হৈছে ড'নাৰ মন্ত্ৰী তথা বিজেপি অসম প্ৰদেশৰ সহ-নিৰ্বাচন প্ৰভাৰী ডাঃ জিতেন্দ্ৰ সিং ৷ মঙলবাৰে টুইট যোগে এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচতে মন্ত্ৰীগৰাকীয়ে বিগত কেইবাদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কৰ’ণাৰ পৰীক্ষা কৰাবলৈ আহ্বান জনায় ৷

  • I have today tested #COVID positive with symptoms.
    Please get yourself screened if you were in my contact recently and take care.

    — Dr Jitendra Singh (@DrJitendraSingh) April 20, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

নিজৰ টুইটত জিতেন্দ্ৰ সিঙে লিখিছে যে, "মোৰ শৰীৰত আজি ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ বিগত দিনত কেইটাত মোৰ সংস্পৰ্শলৈ অহা সকলো লোকে নিজৰ পৰীক্ষা কৰাই লওঁক আৰু নিজৰ যতন লওক ৷"

লগতে পঢ়ক : গোৱালপাৰাত পুনৰ ১৯ গৰাকী ক’ৰণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.