ETV Bharat / bharat

Foods Those Don't Need the Fridge: ভুলতেও ফ্ৰীজত নাৰাখিব এইবোৰ খাদ্যসামগ্ৰী - ফ্ৰীজ ব্যৱহাৰ

ফ্ৰীজত কি ৰাখিব লাগে আৰু কি ৰাখিব নালাগে এই প্ৰশ্নটো প্ৰায়ে মানুহৰ মনত উদয় হয় । ইয়াত আমি আপোনালোকক এনেকেইবিধমান সামগ্ৰীৰ বিষয়ে উল্লেখ কৰিছো যিবোৰ ফ্ৰীজত ৰখাটো উচিত নহয় ।

Do not keep these foods in the fridge even by mistake, they will not only spoil themselves, they will ruin others too!
ভুলতেও ফ্ৰীজত নাৰাখিব এইবোৰ খাদ্যসামগ্ৰী
author img

By

Published : Jun 9, 2023, 4:32 PM IST

প্ৰায় প্ৰতিটো ঘৰতে ফ্ৰীজ ব্যৱহাৰ কৰা হয় আৰু গ্ৰীষ্মকালত ফ্ৰীজৰ ব্যৱহাৰ বৃদ্ধি পায় । খাদ্য সামগ্ৰীসমূহ তীব্ৰ গৰমৰ পৰা ৰক্ষা কৰিবলৈ ফ্ৰীজত ৰখা হয় । কিন্তু কিছুমান মানুহে এনেকুৱা কিছুমান সামগ্ৰী ফ্ৰীজত ৰাখে, যাৰ বাবে সেই সামগ্ৰীবিধটো নষ্ট হয়েই লগতে ফ্ৰীজত ৰখা আন বস্তুবোৰো নষ্ট হ’বলৈ আৰম্ভ কৰে । কিছুমান ফল-মূল এনেকুৱা যে ফ্ৰীজত ৰাখিলে বেছি সোনকালে নষ্ট হয় । এনে পৰিস্থিতিত যিসকল মানুহে ফ্ৰীজত কি ৰাখিব লাগে আৰু কি ৰাখিব নালাগে নাজানে, তেওঁলোকৰ বহুত লোকচান হয় (list of foods not to refrigerate)।

কল

বহুতে নিজৰ ফ্ৰীজত পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কল ৰাখে । কিন্তু আচলতে কল কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে । ফ্ৰীজত কল ক’লা হৈ পৰে । গতিকে যদি আপুনিও ফ্ৰীজত ৰখাৰ ভুল কৰে তেন্তে আজিয়েই বন্ধ কৰক (No fridge Grocery list)।

চিৰাল

গ্ৰীষ্মকালত চিৰাল প্ৰায়েই বজাৰত বিক্ৰী হয় । যদি আপুনিও শৰীৰক ডিহাইড্ৰেচনৰ পৰা ৰক্ষা কৰা চিৰালক ফ্ৰীজত ৰখাৰ ভুল কৰে তেন্তে আজিয়েই বন্ধ কৰক । চিৰাল ফ্ৰীজত ৰাখিলে ইয়াৰ গোন্ধ গোটেই ফ্ৰীজত আহে । যদি গাখীৰ ফ্ৰীজত ৰখা হয়, তেন্তে তাত চিৰালৰো গোন্ধ আহিব ।

লগতে পঢ়ক: Fruits for hair growth: দামী চেম্পু আৰু ছিৰামক কওক না! চুলি গজোৱাত সহায় কৰিব এইকেইবিধ ফলে

ব্ৰেড

বহুতে পাওৰুটি বা ব্ৰেড ফ্ৰীজত ৰাখে যাতে বহুদিন ভাল হৈ থাকে (foods that should not be refrigerated)। কিন্তু ফ্ৰীজত ব্ৰেড ৰখাটো উচিত নহয় । ফ্ৰীজত ব্ৰেড ৰাখিলে ই কঠিন আৰু শুকান হৈ পৰে ।

নহৰু

নহৰু কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে, ফ্ৰীজত ৰখা গাখীৰ আৰু দৈত ইয়াৰ গোন্ধ আহিব পাৰে । এনে অৱস্থাত গাখীৰ দি চাহ বনালে তাত নহৰুৰ গোন্ধও আহিব । ফ্ৰীজত নহৰু ৰাখিবলগা হ’লে এয়াটাইড কন্টেইনাৰত বায়ু সোমাব নোৱাৰাকৈ বাকলি এৰুৱাই ৰাখক ।

লগতে পঢ়ক: Cinnamon oil benefits: চুলিৰ বাবে যথেষ্ট উপকাৰী এইবিধ তেল, জানক ঘৰতে তৈয়াৰ কৰাৰ পদ্ধতি তথা উপকাৰিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.