ETV Bharat / bharat

ক'ভিড-19 ৰ বাবে দেশত ইন্ধনৰ চাহিদা 49 শতাংশলৈ অৱনমিত - ৰন্ধন গেছ

মঙলবাৰে দেশৰ উদ্যোগিক সূত্ৰই প্ৰকাশ কৰিছে তথ্য ৷ তথ্য অনুসৰি, ক'ভিড-19 ৰ বাবে ইন্ধনৰ চাহিদা দেশত হ্ৰাস পাইছে ৷

Diesel sales fall 7 pc in Nov, petrol sales up 5 pc
ক'ভিড-19 ৰ বাবে দেশত ইন্ধনৰ চাহিদা 49 শতাংশলৈ অৱনমিত
author img

By

Published : Dec 1, 2020, 8:30 PM IST

নিউজ ডেস্ক, 1 ডিচেম্বৰ : বিগত 8 মাহৰ পিচত অক্টোবৰত ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ পিছত নৱেম্বৰত ডিজেল বিক্ৰী 7 শতাংশলৈ হ্ৰাস পাইছে ৷ মঙলাবাৰে উদ্যোগিক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

প্ৰকাশ কৰা তথ্য অনুসৰি, নৱেম্বৰত ডিজেলৰ ব্যৱহাৰ আছিল 6.23 নিযুত টন ৷ একেদৰে 2020 ৰ আৰম্ভণিত 6.7 নিযুত টন হ্ৰাস পাইছিল । অৱশ্যে, অক্টোবৰত 5.7 নিযুত টন অধিক চাহিদা বৃদ্ধি হৈছে ৷

আনহাতে, পেট্ৰ'লৰ বিক্ৰী 2.28 নিযুত টনৰ পৰা 2.4 নিযুত টনলৈ বৃদ্ধি কৰা হৈছিল ৷ একেদৰে ৰন্ধন গেছ (LPG) ৰ বিক্ৰী 4.5 শতাংশৰ পৰা 2.36 নিযুত টনলৈ বৃদ্ধি হৈছিল । অক্টোবৰত ডিজেলৰ চাহিদা 7.4 শতাংশলৈ বৃদ্ধি পাইছিল ৷ আনহাতে, পেট্ৰ'লৰ বিক্ৰী 2.54 নিযুত টনৰ পৰা 4.5 শতাংশলৈ বৃদ্ধি হৈছিল ।

ইফালে, সূত্ৰই আকৌ প্ৰকাশ কৰা অনুসৰি, নৱেম্বৰ মাহত ডিজেলৰ বিক্ৰী বৃদ্ধি হৈছে ৷ একেদৰে, দেশজুৰি ক'ভিড-19 ৰ বাবে বলবৎ হোৱা লক ডাউনৰ বাবে দেশত ইন্ধনৰ চাহিদা 49 শতাংশলৈ অৱনমিত হোৱা বুলি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : কাছাৰত হিন্দু-বঙালীৰ ওপৰত নিৰ্যাতনঃ শিক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.