নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: বহুজন সমাজ পাৰ্টীৰ সাংসদ ডানিশ আলীক বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে সংসদত "সন্ত্রাসবাদী" আখ্যা দিয়াৰ বিষয়টো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰিছে । 21 ছেপ্টেম্বৰত গেৰুৱা দলৰ দক্ষিণ দিল্লীৰ সাংসদ বিধুৰীয়ে লোকসভাত ডানিছক দুৰ্ব্যহাৰ কৰা পৰিলক্ষিত হৈছিল । বহুজন সমাজ পাৰ্টীৰ সাংসদগৰাকীক বিভিন্ন সাম্প্ৰদায়িক মন্তব্যৰে সদনৰ মজিয়াত দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছিল । বিষয়টো ৰাষ্ট্ৰ হোৱাৰ পিচতেই বহুতেই বিষয়টোক বিভিন্ন প্ৰকাৰে সমালোচনা আগবঢ়োৱা পৰিলক্ষিত হৈছিল ৷
-
लोकसभा अध्यक्ष @ombirlakota जी का आभार,उन्होंने दानिश अली प्रकरण में @LokSabhaSectt की कमिटि को जॉंच का ज़िम्मा सौंपा ।आज यह इसलिए संभव हो पाया क्योंकि लोकसभा में भाजपा का बहुमत है,नहीं तो पहले लोकसभा ने 2006 में RJD-JDU-congress का जूता व माईक मारपीट,2012 में सोनिया गांधी जी की…
— Dr Nishikant Dubey (@nishikant_dubey) September 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">लोकसभा अध्यक्ष @ombirlakota जी का आभार,उन्होंने दानिश अली प्रकरण में @LokSabhaSectt की कमिटि को जॉंच का ज़िम्मा सौंपा ।आज यह इसलिए संभव हो पाया क्योंकि लोकसभा में भाजपा का बहुमत है,नहीं तो पहले लोकसभा ने 2006 में RJD-JDU-congress का जूता व माईक मारपीट,2012 में सोनिया गांधी जी की…
— Dr Nishikant Dubey (@nishikant_dubey) September 28, 2023लोकसभा अध्यक्ष @ombirlakota जी का आभार,उन्होंने दानिश अली प्रकरण में @LokSabhaSectt की कमिटि को जॉंच का ज़िम्मा सौंपा ।आज यह इसलिए संभव हो पाया क्योंकि लोकसभा में भाजपा का बहुमत है,नहीं तो पहले लोकसभा ने 2006 में RJD-JDU-congress का जूता व माईक मारपीट,2012 में सोनिया गांधी जी की…
— Dr Nishikant Dubey (@nishikant_dubey) September 28, 2023
বিৰোধীয়ে এই অপমানজনক মন্তব্যৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাৰ লগতে বিধুৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অধ্যক্ষক সমালোচনা কৰিছিল । বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে বৃহস্পতিবাৰে X ত এক পোষ্টযোগে এই বিষয়টো বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰা বুলি ঘোষণা কৰে । 14 জনীয়া কমিটীত আছে বিজেপি দলৰ 8 গৰাকী সদস্য । ৰমেশ বিধুৰীক বহুজন সমাজ পাৰ্টীৰ সাংসদ ডানিশ আলী উচটনি দিয়া তথা মোদী বিৰোধী বক্তব্যৰে প্ৰৰোচিত কৰা বুলি বিজেপিয়ে অনা সকলো অভিযোগকে অভিযোগ কমিটীয়ে পৰীক্ষা কৰিব ।
ডুবেই পোষ্টযোগে কয়, "লোকসভাৰ অধ্যক্ষ @ombirlakota ৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ ডানিছ আলী গোচৰৰ তদন্তৰ দায়িত্ব @LokSabhaSectt ৰ কমিটীক অৰ্পণ কৰিলে । এইটো সম্ভৱ হ'ল কাৰণ লোকসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে, অন্যথা কোনো কমিটী গঠন অথবা ব্যৱস্থা গ্ৰহণ কৰা নহ'লহেঁতেন ।"
-
लोकसभा अध्यक्ष @ombirlakota जी का आभार,उन्होंने दानिश अली प्रकरण में @LokSabhaSectt की कमिटि को जॉंच का ज़िम्मा सौंपा ।आज यह इसलिए संभव हो पाया क्योंकि लोकसभा में भाजपा का बहुमत है,नहीं तो पहले लोकसभा ने 2006 में RJD-JDU-congress का जूता व माईक मारपीट,2012 में सोनिया गांधी जी की…
— Dr Nishikant Dubey (@nishikant_dubey) September 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">लोकसभा अध्यक्ष @ombirlakota जी का आभार,उन्होंने दानिश अली प्रकरण में @LokSabhaSectt की कमिटि को जॉंच का ज़िम्मा सौंपा ।आज यह इसलिए संभव हो पाया क्योंकि लोकसभा में भाजपा का बहुमत है,नहीं तो पहले लोकसभा ने 2006 में RJD-JDU-congress का जूता व माईक मारपीट,2012 में सोनिया गांधी जी की…
— Dr Nishikant Dubey (@nishikant_dubey) September 28, 2023लोकसभा अध्यक्ष @ombirlakota जी का आभार,उन्होंने दानिश अली प्रकरण में @LokSabhaSectt की कमिटि को जॉंच का ज़िम्मा सौंपा ।आज यह इसलिए संभव हो पाया क्योंकि लोकसभा में भाजपा का बहुमत है,नहीं तो पहले लोकसभा ने 2006 में RJD-JDU-congress का जूता व माईक मारपीट,2012 में सोनिया गांधी जी की…
— Dr Nishikant Dubey (@nishikant_dubey) September 28, 2023
ইয়াৰ লগতে বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ ডুবেই কয়, লোকসভাত, আৰজেডি-জেডিইউ- কংগ্ৰেছৰ জোতা আৰু মাইকৰ যুঁজ 2016 চনত ঘটিছিল, 2012 চনত ছোনিয়া গান্ধীয়ে কৰা আক্ৰমণ আৰু 2014 চনত তেলেংগানা ৰাজ্য গঠনৰ সময়ত মুষ্টি যুঁজ হৈছিল, যেতিয়া বহু সাংসদ আহত হৈছিল ।
লগতে পঢ়ক: Supreme Court: ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত 75 বছৰীয়া বৃদ্ধক 40 বছৰৰ পাছত জামিন প্ৰদান