মেষ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷
বৃষ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ব্যবসায়ত সফল হ’ব ৷ ধন লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি: কোনো হঠাৎ লোৱা সিদ্ধান্তই অসন্তুষ্ট কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰক ৷ অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ মানসিক অশান্তি হ’ব পাৰে ৷
কৰ্কট ৰাশি: খৰচ বৃদ্ধি ৷ খৰচ কৰিলে সাৱধানে কৰিব ৷ ধন উপাৰ্জন কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷
সিংহ ৰাশি: যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷ বন্ধুৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷
কন্যা ৰাশি: ভাল পৰামর্শ লাভ কৰিব ৷ কর্মত মনোযোগ দিব ৷ সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷
তুলা ৰাশি: দিনটো খেলিমেলিৰে পাৰ হʼব ৷ এলেহুৱা-নিৰুৎসাহী হৈ পৰিব ৷ ইয়ে কর্মক্ষেত্ৰক প্ৰভাৱান্বিত কৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷
বৃশ্চিক ৰাশি: দিনটো প্ৰায় ভাল হ’ব ৷ সফল হʼব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব ৷ ব্যক্তিগত জীৱনত সুখী অনুভৱ কৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
ধনু ৰাশি: লাভ বৃদ্ধি ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ সফল হʼব ৷
মকৰ ৰাশি: বিবাহিতসকলৰ বাবে এইটো ভাল দিন ৷ প্ৰেমত ভাল ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হʼব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷
কুম্ভ ৰাশি: সৌন্দৰ্য্যৰ প্ৰতি মনোযোগ দিব | প্ৰেমত শুভ ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
মীন ৰাশি: পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত ভাল ৷ নিজৰ ওপৰত বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব ৷ যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷