ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Nov 8, 2021, 6:01 AM IST

মেষ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ মানসিক অশান্তি হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত আৰু ঘৰৰ পৰিৱেশ কিছু উদ্বেগজনক হ’ব পাৰে ৷ সকলোতে অলপ কথাতে ভুল বুজাবুজিৰ সৃষ্টি হ’ভ পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ নহ’লে ইয়াৰ পৰিণাম অধিক বেয়া হ’ব পাৰে ৷

বৃষ ৰাশি : দিনটো শুভ ৷ মানসিক অৱস্থা উন্নত ৷ প্ৰশংসা লাভ ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ লক্ষ্যত সফল ৷ কর্ম জীৱনৰ পৰা কিছু সকাহ ৷ দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হʼব ৷ প্ৰশংসা লাভ ৷

সিংহ ৰাশি : দিনটো শুভ ৷ কর্মত মনোযোগ দিয়ক ৷ কৰ্মৰ খাতিৰত দূৰ যাত্ৰা হʼব পাৰে ৷ এই যাত্ৰাত কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷

কন্যা ৰাশি : দিনটো শুভ ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ লক্ষ্য সফল লাভ ৷

তুলা ৰাশি : দিনটো প্ৰায় শুভ ৷ সন্তানৰ স্বাস্থ্য যতন লওক ৷ সন্ধিয়া বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷

বৃশ্চিক ৰাশি : দিনটো শুভ যদিও সতৰ্কতা অৱলম্বন কৰক ৷ অনাৱশ্যকীয় ব্যয় নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালৰ মাজত কাজিয়া বা বিবাদ সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ পৰা দূৰত থাকক ৷ পৰিয়ালৰ লোকৰ মাজত থকা ভুল ধাৰণাবোৰ ভাঙি দিয়ক ৷ শাৰীৰ চৰ্চা কৰক ৷ নেতিবাচক চিন্তা এৰাই চলক আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷

ধনু ৰাশি : নিজৰ ওপৰত থকা ভাৰসা ৰাখক ৷ কৰ্ম ভালদৰে কৰক ৷ লক্ষ্য সফল ৷ নিজৰ কৰ্ম সাফল্যতাৰ ওপৰত গৌৰৱ কৰিব ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ ব্যৱসায়ত শুভ ৷ লক্ষ্য সফল ৷ ব্যৱসায় ডাঙৰ কৰাৰ খাতিৰত দেশৰ বাহিৰলৈ যাব পাৰে ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত (চাকৰি আৰু ব্যৱসায়ত) লাভবান হ’ব ৷ আয় বৃদ্ধি ৷ সন্তানসকলৰ সৈতে সম্পৰ্ক উন্নত ৷ পত্নী আৰু পুত্ৰৰ পৰা সু-সংবাদ পোৱাৰ সম্ভাৱনা আছে ৷ বিবাহ প্ৰাৰ্থীসকলৰ বাবে দিনটো ভাল ৷ সুখদায়ক ভ্ৰমণ হ’ব পাৰে ৷

মীন ৰাশি : দিনটো শুভ ৷ দিনটো আনন্দময় হʼব ৷ ভাগ্য ভাল ৷ কৰ্ম জীৱনত মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল হʼব ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ত শুভ ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.