ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 7, 2021, 12:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো কিছু কঠিনতাৰ মাজেৰে পাৰ হ’ব ৷ সিদ্ধান্ত লওতে সাৱধানতা অৱলম্বন কৰক ৷ স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷

বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ ভাল অভ্যাস গঢ়ি উঠিব ৷ ঘৰুৱা সমস্যাই দেখা দিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷

মিথুন ৰাশি : দিনটো শুভ ৷ স্বাস্থ্যৰ যতন লওক ৷ চকুৰ সমস্যাত ভুগিব পাৰে ৷ পৰিয়ালৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ সাৱধানতা বৰ্তাই ৰাখক ৷ খৰচ সাৱধানে কৰিব ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ সফলতা অৰ্জন ৷ লক্ষ্যত সফল ৷ স্বাস্থ্যৰ যতন লওক ৷

সিংহ ৰাশি : দিনটো শুভ ৷ বহু ব্যক্তিৰ সৈতে সংযোগ স্থাপন হ’ব ৷ মিত্ৰতা সাৱধানে কৰিব ৷ নিজ কৰ্ম বা ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰক ৷ মন পচন্দৰ কাৰ্য কৰিব ৷

কন্যা ৰাশি : খং-ৰাগ পৰিহাৰ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ শাৰীৰিক-মানসিক সমস্যাত পৰিব পাৰে ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

তুলা ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷

বৃশ্চিক ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ এলেহুৱা ভাৱ পৰিহাৰ কৰক ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰক ৷ বিবাহিতসকলৰ বাবে শুভ দিন ৷ বিবাহৰ যোগ ৷ ভ্ৰমণৰ যোগ ৷ পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ স্বাস্থ্যৰ অৱনতি ৷ মানসিক অশান্তি হোৱাৰ সম্ভাৱনা ৷ ব্যৱসায়ত খেলিমেলি হোৱাৰ সম্ভাৱনা ৷ সাৱধানে কৰ্ম সম্পাদন কৰক ৷ যিকোনো প্ৰতিযোগিতা বা দ্বন্দ্বৰ পৰা আঁতৰি থাকক ৷

মকৰ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ খৰচ বৃদ্ধি ৷ বাহিৰা খাদ্যৰ পৰা বিৰত থাকক ৷ সতৰ্কতা অৱলম্বন কৰক ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ সন্তানৰ স্বাস্থ্যৰ যতন লওক ৷ পিতৃ-মাতৃৰ যতন লওক ৷

মীন ৰাশি : দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ পৰিশ্ৰমৰ ফল লাভ ৷ ভ্ৰমণৰ যোগ ৷ পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.