ETV Bharat / bharat

Daily horoscope for 5th November: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Nov 5, 2022, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-5th-november-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: সিদ্ধান্ত লওঁতে অসুবিধা হ’ব ৷ পৰোপকৰি গুণে ব্যৱসায়ত হানি কৰিব পাৰে ৷ সৰু সুৰা অসুখ হ’ব পাৰে ৷ শান্ত হৈ থাকক ৷ কাৰো পৰা ধাৰ লোৱা বা ধাৰ দিয়াৰ পৰা আতৰত থাকক ৷ ধৰ্ম চৰ্চাই মনটো শান্ত কৰি ৰাখিব ৷

বৃষ ৰাশি: গ্ৰহ ভাল ৷ আনন্দ কৰক আৰু আনকো তাৰ ভাগ দিয়ক ৷ লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিব ৷ পৰিয়াল আৰু প্ৰিয়জনৰ লগত সন্ধিয়াটো উপভোগ কৰক ৷ ভ্ৰমণত শুভ ৷

মিথুন ৰাশি: সুন্দৰ স্বাস্থ্য আৰু মানসিক শান্তিয়ে দিনটো সুন্দৰ কৰি ৰাখিব ৷ ভাল কামৰ বাবে পুৰস্কাৰ লাভ কৰিব পাৰে ৷ নতুন কাম সোনকালে আৰম্ভ কৰি ফল লাভ কৰিব ৷

কৰ্কট ৰাশি: ভাল খবৰ আহিব পাৰে ৷ বিদেশ ভ্ৰমণ কৰিব পাৰে ৷ সফল হ’ব ৷

সিংহ ৰাশি: শাৰীৰিক সমস্যাৰ চিকিৎসা কৰক ৷ কামৰ পৰা অলপ দিন অব্যাহতি লওক৷ ঘৰতে নিজ হাতেৰে খাদ্য বনাওক ৷ মানসিক অশান্তিয়ে অসুবিধাত পেলাব ৷ ধৰ্মত মন দিয়ক আৰু যোগ সাধনাৰে মনটোক এইবোৰৰ পৰা আঁতৰাই ৰাখক ৷

কন্যা ৰাশি: শুভ দিন ৷ সকলো কামতে আপোনি পুৰস্কাৰ পোৱাৰ যোগ্য হ’ব ৷ ব্যৱসায়ত শুভ ৷

তুলা ৰাশি: ভাল শৰীৰ ৷ গণেশৰ আৰ্শীবাদ লাভ কৰিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সহকৰ্মীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ বেছি কষ্ট নকৰাকে ফল লাভ কৰিব ৷

বৃশ্চিক ৰাশি: কৰো লগত মুখামুখি সংঘৰ্ষৰ পৰা আঁতৰত থাকক, সেয়া পৰিয়ালৰ ক্ষেত্ৰত হ’ব পাৰে ৷ উচ্চ শিক্ষাৰ বাবে যাব লগাসকলৰ বাবে শুভ সময় ৷ ছাত্ৰ-ছাত্ৰীসকলে বিচৰা সফলতা পাবলৈ অলপ কষ্ট কৰিব লাগিব ৷ ভ্ৰমণ নকৰিব ৷

ধনু ৰাশি: দিনটো গতানুগতিক ৷ সম্পত্তিৰ বিষয়ৰ কাগজত চহী কৰোতে বিশেষ সাৱধান হ’ব ৷ পিতৃ-মাতৃৰ শৰীৰৰ বাবে চিন্তাত পৰিব পাৰে ৷

মকৰ ৰাশি: বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ লগত ঘৰতে থাকিব পাৰে ৷ মাটি কিনিবলৈ পৰিকল্পনা কৰিব পাৰে ৷ নতুন ব্যবসায় আৰম্ভ কৰাৰ কথাও চিন্তা কৰিব পাৰে ৷ শৰীৰ ভালে থাকিব ৷

কুম্ভ ৰাশি: মানসিক অস্থিৰতাই সিদ্ধান্ত গ্ৰহণত বাধাৰ সৃষ্টি কৰিব ৷ খৰচৰ ওপৰত চকু ৰাখিব ৷ শান্তিৰে সমস্যা সমাধানত গুৰুত্ব দিব ৷ ছাত্ৰ-ছাত্ৰীসকলে সফলতা পাবলৈ হ’লে কষ্ট কৰিব লাগিব ৷

মীন ৰাশি: শৰীৰ ভালে থাকিব ৷ মানসিক স্থিৰতা বৃদ্ধি পাব ৷ সফল হ’ব ৷ ভ্ৰমণত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.