ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Nov 5, 2021, 6:02 AM IST

মেষ ৰাশি : সৌন্দৰ্যৰ চৰ্চাত মনোযোগ দিয়ক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ খানা ভাল হʼব ৷ দিনটো আনন্দময় হʼব ৷ ড্ৰাইভ আনন্দৰে আৰু সুস্থিৰে কৰিব ৷

বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

কৰ্কট ৰাশি : দিনটো কিছু কঠিন হʼব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ এলাহ ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

সিংহ ৰাশি : পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ৷ আয় বৃদ্ধি ৷

কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ ন কৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

ধনু ৰাশি : দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব পাৰে ৷ মন পছন্দৰ কাৰ্যই আনন্দিত কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

মকৰ ৰাশি : পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থাকক ৷ লক্ষ্যত সফল ৷ অৱশ্যে কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

মীন ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ বিপদ হোৱাৰ আশংকা কম ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.