ETV Bharat / bharat

Daily Horoscope for 4th June : আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-4th-june
Daily Horoscope for 4th June : আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Jun 4, 2022, 5:10 AM IST

মেষ ৰাশি: দিনটো প্ৰায় ভাল হ’ব ৷ সফল হʼব ৷ পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: নাম আৰু সুনাম হʼব ৷ ব্যৱসায়-কাৰ্যত সফলতা লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷

মিথুন ৰাশি: আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগে জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ শান্ত হৈ থাকিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ ল’ব ৷

কৰ্কট ৰাশি: আৱেগিক হৈ পৰিব পাৰে ৷ সফলতা লাভ কৰিব ৷ ধৈৰ্যশীল, সহনশীল হ’লে সফল হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি: প্ৰশংসা লাভ ৷ দিনটো আনন্দৰে যাব ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ অন্যথা বিপদত পৰিব ৷

কন্যা ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ইয়ে ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷ কর্মত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দময় হʼব ৷

তুলা ৰাশি: যুগলস্থিতিৰ সম্মুখীন হʼব ৷ দুঃচিন্তাৰ হʼব পাৰে ৷ মানসিক অশান্তি আৰু হতাশা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দৰে পাৰ হʼব ৷

বৃশ্চিক ৰাশি: পৰিয়ালক উপাসনাস্থলীত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ ভাগ্য ভাল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

ধনু ৰাশি: নাম আৰু সুনাম হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ ধৈৰ্যশীল, সহনশীল হ’লে সফল হ’ব ৷

মকৰ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ খং-ৰাগে কৰ্মজীৱনক প্ৰভাৱ পেলাব ৷ কর্মত শান্ত হৈ থাকিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ দিনটো প্ৰায় ভাল ৷

কুম্ভ ৰাশি: প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকিব ৷ কৰ্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

মীন ৰাশি: লাভ বৃদ্ধি ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷ ভাগ্য ভাল ৷ ধন উপাৰ্জন ৷ খৰচ বৃদ্ধি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.