ETV Bharat / bharat

Daily Horoscope For 4th February: আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

author img

By

Published : Feb 4, 2023, 5:06 AM IST

Daily Horoscope For 4th February 2023
আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো

মেঘ ৰাশি: বন্ধুৰ সৈতে সময় কটোৱাৰ সময় ৷ বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ সন্তানৰ কামত মন দিয়াত তেওঁলোকে ভাল ফল দেখুৱাব ৷ চৰকাৰী কামত ভাল ফল দেখুৱাব পাৰিব ৷

বৃষ ৰাশি: চাকৰিয়াল সকলৰ কামৰ ক্ষেত্ৰত ভাল ফল দেখুওৱাৰ সময় ৷ সহকৰ্মীৰ সহযোগিতা লাভ কৰিব ৷ পদোন্নতি যোগ ৷ পূৰ্বে হৈ নুঠা কামবোৰ আজি পূৰণ হ'ব ৷ বৈবাহিক জীৱন সুখৰ হ'ব ৷

মিথুন ৰাশি: সাৱধান! নতুন আৰম্ভণি শুভ নহয় ৷ এলাহতে বেছি সময় যাব আৰু আপোনাৰ কামত তাৰ প্ৰভাৱ পৰিব ৷ পেটৰ সমস্যাই আমনি কৰিব ৷ ব্যৱসায়িক কামত উন্নতি লাভ ৷ চকু ৰাখক, খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷

কৰ্কট ৰাশি: গণেশে আপোনাক শান্তভাৱে থকাৰ পৰামৰ্শ দিছে ৷ পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ অসামাজিক আৰু বে-আইনি কামকাজৰ পৰা দূৰত থাকক ৷

সিংহ ৰাশি: বিবাহিত সকলৰ মাজত তৰ্কবিতৰ্ক হ'ব পাৰে ৷ আপোনাৰ সংগীৰ শৰীৰ সুস্থ নাথাকিব পাৰে ৷ ধৈয্য ধৰক ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ'ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ বাবে বিপদত পৰিব পাৰে ৷

কন্যা ৰাশি: দিনটো শুভ ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি পূৰ্ণ পৰিবেশে বিৰাজ কৰিব ৷ আপোনাৰ সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷

তুলা ৰাশি: এই দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰ প্ৰভাৱ পেলাব ৷ সন্তানৰ কিছু কথাই চিন্তাত পেলাব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকল বাধাৰ সন্মুখীন হ'ব ৷ দূৰ ভ্ৰমণ নকৰাই ভাল ৷ অযথা তৰ্ক বিতৰ্ক এৰাই চলক ৷ সামাজিক আলোচনাও আপোনাৰ পক্ষত নাথাকিব ৷ নতুন কামত বিফল হ'ব পাৰে ৷

বৃশ্চিক ৰাশি: অত্যাধিক কামৰ বোজা আজি আপোনাৰ মূল মন্ত্ৰ হ'ব ৷ শৰীৰে আপোনাক চিন্তাত পেলাব ৷ ধনৰ দিশৰ পৰাও ভাল ফল নাপাব পাৰে ৷ ধনৰ লোকচান হ'ব পাৰে ৷

ধনু ৰাশি: পৰিয়াল ,বন্ধু আৰু সামাজিক কামত ব্যস্ততাৰে ভৰা দিন ৷ ভাগ্যৰ উদয় হ'ব ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়িব ৷ পৰিয়ালৰ সদস্য আৰু ভাতৃ ভগ্নীৰ লগত ফুৰিবলৈ যাব পাৰে ৷

মকৰ ৰাশি: পৰিয়াল বা প্ৰিয়জনক দুখী কৰি তুলিব ৷ মিঠা মাতে আপোনাৰ সমস্যা দূৰ কৰিব ৷ ব্যৱসায়ত উন্নতি ৷ শৰীৰ ভালে থাকিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত আৰু কষ্ট কৰিব লাগিব ৷

কুম্ভ ৰাশি: শুভ দিন ৷ মানসিক ,শাৰীৰিক আৰু ধৰ্মীয়ভাৱে নিজকে সজীৱ যেন অনুভৱ কৰিব ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ এটা ভাল দিন ইয়াক উপভোগ কৰক ৷

মীন ৰাশি: আজি আপুনি প্ৰেমৰ সাগৰত বুৰ গৈ থাকিব ৷ প্ৰেয়সীৰ সৈতে সময় কটাবৰ বাবে বা সাক্ষাৎ কৰিবৰ বাবে আপুনি অতিকৈ ব্যাকুল হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো অত্যন্ত শুভ ৷ প্ৰিয়জনৰ সৈতে আপুনি আজি যি সন্ধিয়া কটাব সেয়া আপোনাৰ বাবে স্মৰণীয় হৈ ৰ’ব । সৃজনশীল কামকাজৰ বাবে সময়টো ভাল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.