মেষ ৰাশি: দিনটো শুভ ৷ আজি আপুনি নিজকে ভৌতিক আৰু ধাৰ্মিক ভাবে অসহায় অনুভৱ কৰিব আৰু এনে অবস্থাৰ পৰা পৰিত্ৰান পাবলৈ ৰেইকি কৰাব পাৰে ৷ নিজকে চিনি পোৱাৰ পদক্ষেপ গ্ৰহণ কৰক আৰু, খং, বেয়া ব্যৱহাৰ, কাজিয়া আদিৰ পৰা আঁতৰত থাকক, হঠাৎ বিপদৰ আগজাননী ৷
বৃষ ৰাশি: গণেশৰ কৃপাত এটা আনন্দৰে ভৰা দিন ৷ আপোনাৰ ফালে অহা সকলো আনন্দৰ মুহুত্ব অনুভৱ কৰক ৷ পৰিয়াল আৰু বন্ধুৰ লগত ফুৰিবলৈ যাওক ৷ আপোনাৰ মনে কাৰোবাৰ বাবে কিবা ভাল কৰিব বিচাৰিছে ৷ ব্যৱসায় আৰু চাকৰিত সফলতা লাভ কৰিব , সফল ব্যৱসায়িক যোগসুত্ৰ লাভ আৰু সথিক খৰচৰ বাট মুকলি হ’ব৷ সমাজত আপোনাৰ স্বিকৃতি বাঢ়িব ৷ পৈত্তিক সম্পত্তি লাভ কৰিব বা লটাৰিত উপহাৰ লাভ কৰিব ৷ নভবাকে ধনাগমণ হ’ব পাৰে ৷
মিথুন ৰাশি: এটা সৌভাগ্যশালী দিন, যিহতে আপুনি হাত দিয়ে সেয়ে সোন হৈ পৰিব যেন ৷ ব্যৱসায়, কাম স্টেজত কৰা অনুষ্টান আদি সকলোতে সফল হ’ব ৷ আপোনাৰ সফলতা আপোনাৰ প্ৰিয়জনৰ লগত উপভোগ কৰক ৷ ধনৰ ওপৰত চকু ৰাখি খৰচ কৰক ৷ নিজকে সতেজ আৰু শাৰীৰিকভাৱে সক্ষম অনুভৱ কৰিব ৷ খঙৰ কৱলত পৰি প্ৰিয়জনক আঘাট নকৰিব ৷
কৰ্কট ৰাশি: আজি আপুনি মানসিকভাৱে উদ্দেগিত আৰু শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ এইটো সপ্তাহৰ অন্তত কৰা কামৰ হেচাৰ ফলত হৈছে ৷ চিন্তা নকৰিব , বিশেষকে বন্ধুৰ লগত নিজকে তুলনা নকৰিব ৷ এইবোৰ চিন্তাত থাকি আপুনি পেটৰ জ্বলা পোৰা আদি সমস্যাত ভুগিব ৷ ভ্ৰমন বাতিল কৰক আৰু জ্ঞানবৰ্ধক আলোচনাৰ পৰা আতৰত থাকক ৷
সিংহ ৰাশি: গণেশৰ আৰ্শীবাদত শান্ত থাকক , সকলো বিষয়ত চকু ৰাখক , আপোনাৰ খং, কথা আৰু আলোচনাই এইটো বুজাই দিব যে আপোনাৰ খঙক আপুনি এৰি দিব পৰা নাই ৷ মাতৃৰ কথাত যদি আপুনি সুখীনহয় তেন্তে তেওৰ লগত আলোচনা কৰাৰ পৰা আজি বিৰত থাকক ৷ জিৰনি লওক ৷
কন্যা ৰাশি: এটা গতানুগতিক দিন ৷ আপোনাৰ জীৱনত কোনো ধৰনৰ দিগদাৰ নাপায় , নিজকে শান্ত অনুভৱ কৰিব আৰু আনৰ লগত সম্পৰ্ক ভাল কৰক ৷ সহকৰ্মীসকলৰ সহযোগ লাভ কৰিব ৷ আপুনি নিজকে ধৰ্মিয় ভাবে ডুবি থকা যেন আৰু বেদৰ জ্ঞান লাভ কৰিবলৈ আগ্ৰহি হৈ পৰিব ৷ নিজকে চিনি পোৱাত বিশেষ গুৰুত্ব দিব ৷
তুলা ৰাশি: মানসিকভাৱে সমগ্ৰ দিন দুৰ্বল অনুভৱ কৰিব ৷ আপোনাৰ বাবে সিদ্ধান্ত লোৱা টান হ’ব ৷ নতুন আৰম্ভনিৰ বাবে সুভ নহয় আৰু আপুনি তৰ্ক কৰি জিকিবও নোৱাৰিব ৷ গতিকে আপুনি নমনিয় হওক আৰু চিন্তা মুক্ত থাকক ৷ তাৰ ফল পাব ,শৰিৰ ভাল হব, মানসিক শান্তি লাভ কৰিব আৰু ধনৰ দিশৰ পৰা লাভবান হ’ব৷
বৃশ্চিক ৰাশি: গণেশৰ কৃপাত এটা ভাগ্যশালী দিন ৷ সুখী থাকক আৰু ভাল সময় প্ৰিয়জন আৰু বন্ধুৰ লগত উপভোগ কৰক ৷ মানসিক শান্তি লাভ কৰিব আৰু শৰীৰ ভালে থাকিব ৷ ঘৰুৱা পৰিবেশ শান্ত থাকিব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক বা ছবি অকা, চালচা বা জেজ নৃত্য শিকিব পাৰে ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণত যাব পাৰে ৷ বন্ধুৰ লগত কফি খাবলৈ গৈ পুৰণি কথা মনত পেলাওক ৷
ধনু ৰাশি: আপোনাৰ বাবে নতুনত্বৰ সোৱাদ ল’ব পৰা এটা দিন ৷ আনলৈ কাড় মাৰোতে সাৱধান হওক ৷ শৰীৰৰ যত্ন লওক আৰু মানসিকভাৱে সুস্থ থাকক ৷ প্ৰাৰ্থনা, যোগ আৰু ধ্যানৰ সহায় লওক ৷ ব্যক্তিগত সম্পৰ্ক আৰু ধনৰ দিশৰ ওপৰত চকু ৰাখক ৷
মকৰ ৰাশি: আজিৰ দিনটো ভাগ্যশালি যেন দেখা যায় ৷ প্ৰিয়জনক লগ পায় আপুনি সুখী অনুভৱ কৰিব আৰু তেওৰ লগ উপভোগ কৰিব ৷ আপুনি পুৰস্কাৰ বা উপহাৰ লাভ কৰিব পাৰিব ৷ ভ্ৰমণৰ কথা ভাবিছে যদি এইয়া সঠিক সময়, ভ্ৰমন আনন্দপূৰ্ণ হ’ব ৷ নতুন বস্তু কিনাত খৰচ কৰিব, কিন্তু এই বস্তু বিশেষ দৰকাৰিও নহ’ব ৷ ব্যবসায়ত উন্নতিৰ বাবে সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰাৰ্থী বিচৰা সকলৰ বাবে ভাল সময়, তেওঁলোকে তেওঁলোকৰ জীৱন সংগীক লগ পাব ৷
কুম্ভ ৰাশি: মানসিক আৰু শাৰীৰিক ভাবে ভাল দিন ৷ আপুনি ব্যবসায়িক সাফল্য লাভ কৰিব আৰু পুৰস্কাৰ লাভ কৰিব , এই সকলোবোৰে আপোনাক আনন্দিত কৰি তুলিব ৷ সহকৰ্মীসকলৰ লগত বন্ধুত্বপূৰ্ণ সম্বন্ধ বজাই ৰাখক ৷ পৰিয়াল আৰু আন সম্বন্ধিয় ব্যক্তিৰ লগত ভ্ৰমন উপভোগ্য হ’ব ৷ দিনটো সম্পূৰ্ণ ৰূপে সহজ হ’বআৰু কামবোৰ সুকলমে কৰিব পাৰিব ৷আপুনি কৰা সকলো কাম পুৰস্কাৰৰ যোগ্য ৷
মীন ৰাশি: আপোনৰ মনে আজি অলপ অশান্তি দিব ৷ এলাহ আৰু অবিবেচক অৱস্থাই গা কৰি উঠিব ,যাৰ ফলত আপোনাৰ মন বেয়া হৈ থাকিব ৷ আপোনাৰ বচৰ লগত আলোচনা কৰোতে সাৱধান হ’ব ৷ সন্তানৰ বাবে চিন্তা আহিব ৷ ব্যবসায় অলপ বেয়া হ’বকিন্তু আপোনাৰ কষ্টই পুনৰ ভাললৈ আনিব পাৰিব ৷ অলপ সময় কোনো বিশেষ সিদ্ধান্ত গ্ৰহন নকৰাই ভাল ৷