ETV Bharat / bharat

Daily Horoscope For 29th June: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jun 28, 2023, 12:41 PM IST

Updated : Jun 29, 2023, 6:13 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 29th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: গ্ৰহৰ প্ৰভাৱত এটা শুভ দিন ৷ সামাজিক কাম আৰু পৰোপকাৰী কামে আপোনাক আনন্দিত কৰি তুলিব ৷ অভিভাৱকৰ পৰা যথেষ্ট উপকৃত হ’ব ৷ প্ৰিয়জনৰ সৈতে ৰোমান্তিক ভ্ৰমনে তেওঁক আপোনাৰ আৰু ওচৰ চপায় আনিব ৷ সন্তানৰ সফলতাই আপোনাক উৎফুল্লিত কৰি তুলিব ৷ উপহাৰৰ বাবে আশা কৰক ৷

বৃষ ৰাশি: গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ নতুন ব্যৱসায় আৰম্ভ হ’ব ৷ ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ বাবে ভাল দিন ৷ পদোন্নতিৰ যোগ ৷ ঘৰুৱা পৰিৱেশত আপুনি কৰা সকলো কামতে আপোনাৰ পত্নী বা পতিৰ সহযোগিতা লাভ কৰিব ৷ দামী উপহাৰ আপোনালৈ কোনোবাই পঠিয়াই আছে ৷

মিথুন ৰাশি: দুদিন ধৰি কৰা কষ্টকৰ কামৰ পাছত আপুনি এলাহ অনুভৱ কৰিব ৷ বেমাৰে আপোনাক চিন্তাত পেলাব ৷ সন্তানৰ ওপৰত চকু ৰখা দৰকাৰ ৷ পেটৰ অসুবিধাত ভুগিব পাৰে আৰু টকাৰ নাতনিয়ে আপোনাক চিন্তাত পেলাব পাৰে ৷ আপোনাৰ সহকৰ্মীসকলে আপোনাৰ প্ৰতি ভাল ব্যবহাৰ কৰিব কিন্তু আপুনি মনত ভাবিব তেওঁলোক আপোনাৰ প্ৰতি অদৰকাৰত চিন্তিত ৷

কৰ্কট ৰাশি: শান্ত থাকক ৷ আগৰ ভাল সময়ৰ কথা মনলৈ আনি এতিয়া আপোনাৰ ফাললৈ অহা বেয়া সময়ক আদৰণি জনাওক ৷ নতুন ব্যৱসায় আৰম্ভণি বাতিল কৰক আৰু হ’বলগা অপাৰেচন অলপ দিন পিচলৈ নিয়ক ৷ মানসিক অশান্তি আৰু ঘৰুৱা পৰিৱেশে আপোনাৰ হৃদয়ত গভীৰ চাপৰ সৃষ্টি কৰিব ৷ অলপ ধৈয্য ধৰক ৷

সিংহ ৰাশি: গ্ৰহৰ দশাত আজি সকলো ফালৰ পৰা খেলি-মেলিৰ সৃষ্টি হ’ব ৷ আপোনাৰ সহযোগীৰ বেয়া ব্যৱহাৰত আপুনি অসন্তুষ্ট হ’ব ৷ সাৱধান হওক, তেওঁ আপোনাক থগিব পাৰে ৷ ভাগ্যক্ৰমে আপোনাৰ শৰীৰে আপোনাক সহায় কৰিব, কিন্তু এই কথা আপোনাৰ পত্নীৰ ক্ষেত্ৰত প্ৰযোয্য নহয় ৷ জ্ঞানবৰ্ধক আলোচনা লাভজনক হ’ব ৷ সাগৰৰ পাৰত খোজ কাঢ়ক আৰু চিন্তামুক্ত হওক ৷

কন্যা ৰাশি: গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব ৷ সমগ্ৰ দিন আপোনাৰ বাবে লাভজনক হ’ব ৷ শৰীৰ ভালে থাকিব, ধনৰ দিশত লাভজনক সময় আৰু সামাজিক জীৱনৰ বাধা আঁতৰিব ৷ কামত সকলোৰে সহযোগীতা লাভ কৰিব তথা ভাল খবৰে আপোনাৰ আনন্দ বৃদ্ধি কৰিব ৷

তুলা ৰাশি: অলপ জিৰণি আৰু চিন্তামুক্ত থাকি নিজক অলপ সতেজ কৰক ৷ আপুনি কৰা মনপচন্দৰ কামত সুন্দৰ ফল লাভ কৰিব ৷ বিদেশৰ পৰা পোৱা ভাল খবৰে আপোনাক উৎসাহ যোগাব ৷ ঘৰৰ বাহিৰ হওক আৰু আপোনাৰ সবল মানসিক শক্তিৰে আৰু ভালদৰে কামত মনোনিৱেশ কৰক ৷ সপোনৰ পৰা অলপ আঁতৰত আহি বাস্তবিক জীৱনত মনোনিবেশ কৰাটোৱেই আপোনাৰ বাবে মংগল হ’ব ৷ আনৰ কথাত অধিক গুৰুত্ব দিলে বিপদত পৰিব পাৰে ৷

বৃশ্চিক ৰাশি: আপোনাৰ জীৱনলৈ এটা নাটকীয় পৰিবৰ্তন অহাৰ সময় ৷ আপোনাৰ সহযোগী আপোনাৰ ওচৰলৈ ঘূৰি আহিব ৷ মহিলা ব্যৱসায়ীসকলৰ সৈতে থকা মিটিং বাতিল কৰক ৷ একে সময়তে পানীৰ পৰা আঁতৰত থাকক, সাঁতোৰাৰ ক্লাচ খতি কৰক ৷ টকা আৰু সন্মান হানিৰ যোগ ৷ কাগজত চহী কৰাৰ পূৰ্বে দুবাৰ পৰীক্ষা কৰক ৷

ধনু ৰাশি: ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব আৰু তেওঁলোকৰ আৰ্শীবাদ আপুনি লাভ কৰিব ৷ বহুদিনৰ পুৰণি বন্ধুক লগ পাব আৰু তেওঁৰ লগত কফি খাবলৈ যাওক আৰু অনুভৱ কৰক আপোনালোক দুজন কিমান একে ৷

মকৰ ৰাশি: আপুনি শ্বেয়াৰ বজাৰত লগোৱা টকাই আপোনাক প্ৰচুৰ লাভ দিব ৷ ধনৰ দিশত শুভ ৷ পঢ়া-শুনা কৰাসকলৰ বাবে বৰ ভাল সময় নহয়, একে সময়তে শৰীৰ আপোনাৰ বাবে শুভ নহয় ৷ বিপৰীত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক, মনত সাহস জন্মাওক যে ভাল সময় এদিন আহিবই ৷

কুম্ভ ৰাশি: আপোনাৰ ভাগ্য তৰাই আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব ৷ বেয়াভাব মনলৈ আহিবলৈ নিদিব, উপহাৰৰ আশা কৰক ৷ আপোনাৰ ব্যৱসায়ৰ উন্নতিয়ে আপোনাক ধনলাভ দিব ৷ প্ৰিয়জনৰ পৰা উপহাৰৰ আশা কৰিব পাৰে ৷ শৰীৰে আপোনাক কোনো অসুবিধাত নেপেলায় ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে তেওঁলোকৰ লগত একেলগে ব্যৱসায় কৰাৰ কথা চিন্তা কৰিব পাৰে ৷ বিবাহৰ যোগ দেখা যায় ৷

মীন ৰাশি: আইনী কামত সাৱধান হওক ৷ চমু ৰাস্তাত ধন ঘটাৰ পথ নলৈ দীঘল আৰু বিশ্বাসী পথ বাছি লওক ৷ অদৰকাৰী আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখক ৷ ঘৰৰ পৰা আৰু প্ৰিয়জনৰ পৰা আঁতৰত থকাই আপোনাক অশান্তি দিব আৰু আপোনাৰ মনোযোগ হানি হ’ব ৷ বিশেষ নজনাকে ক’তো টকা জমা নাৰাখিব ৷ সকলো ক্ষেত্ৰতে চকু আৰু কাণ খুলি ৰাখক ৷ ধৰ্মীয় আৰু সামাজিক কামত খৰচ বৃদ্ধি হ’ব ৷

Last Updated : Jun 29, 2023, 6:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.