মেষ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা অধিক ধন উপাৰ্যন কৰিব পাৰিব ৷ ব্যৱসায়ত লাভাৰ্জন ৷ লক্ষ্যত সফল ৷
বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷ দৰমহা বৃদ্ধি ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷
মিথুন ৰাশি : খং-ৰাগ পৰিহাৰ কৰক ৷ শান্তিৰে কৰ্ম সম্পাদন কৰক ৷ ভ্ৰমণৰ যোগ ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় নকৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷
কৰ্কট ৰাশি : কাষৰীয়া সকলো ব্যক্তিৰে সৈতে সম্পৰ্ক উন্নত ৷ আয় বৃদ্ধি ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ গ্ৰহণ কৰক ৷ সন্ধিয়া আপুনি আপোনাৰ প্ৰেমৰ সৈতে কটাব ৷
সিংহ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷
কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ গ্ৰহৰ স্থান শুভ ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷ সাৱধানে খৰচ কৰক ৷
তুলা ৰাশি : দিনটো শুভ, বিশেষকৈ নাৰীৰ বাবে দিন ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ চৰকাৰী নথিপত্ৰত সুস্থিৰে পঢ়ি চহী কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷
বৃশ্চিক ৰাশি : কৰ্ম-ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সন্ধিয়া ভাগলৈ আশা পূৰণ হ’ব ৷
ধনু ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিয়াল তথা প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত ৷
মকৰ ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷
কুম্ভ ৰাশি : দিনটোৰ আৰম্ভনি সময় চোৱাত কাৰ্ম জীৱনত মানসিক অশান্তি হʼব পাৰে ৷ অৱশ্যে সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ শুভবাৰ্তা লাভ কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷
মীন ৰাশি : দিনটো শুভ ৷ গ্ৰহৰ স্থান শুভ ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত শুভ ৷ পৰিয়াল আৰু প্ৰেমৰ সম্পর্ক উন্নত ৷