ETV Bharat / bharat

Daily horoscope for 28th October: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 28, 2022, 5:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily horoscope for 28th October 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আধ্যাত্মিক শক্তিয়ে দিনটো অনন্য কৰি তুলিব ৷ মায়াবিদ্যাৰ প্ৰতি অতি আকৃষ্ট হৈ উঠিব ৷ ক্ৰোধ আৰু নিজৰ কথাক নিয়ন্ত্ৰণ কৰি ৰখাৰ প্ৰয়োজন আছে ৷ সম্ভৱ হ’লে নতুন কাম হাতত নল’ব আৰু ভ্ৰমণত নাযাব ৷

বৃষ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত সাংসাৰিক জীৱন সুখৰ হ’ব ৷ পৰিয়াল আরু প্ৰিয়জনসকলৰ সৈতে ভোজন উপভোগ কৰিব পাৰে ৷ সৰুসুৰা ভ্ৰমণৰ আয়োজন কৰিব পাৰে ৷ ধনদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷

মিথুন ৰাশি: শুভ দিন ৷ ঘৰুৱা পৰিৱেশ উৎসাহজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব ৷ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব ৷ আৰ্থিক লাভ বৃদ্ধি ৷ ব্যয় বৃদ্ধি ৷ শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷

কৰ্কট ৰাশি: দিনটো শান্তিৰে পাৰ হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে কষ্টত ভুগিব ৷ পেটৰ সমস্যাত ভূগিব পাৰে ৷ ব্যয় বৃদ্ধি ৷ কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷

সিংহ ৰাশি: দিনটো শাৰীৰিকভাৱে অসুস্থ আৰু উদ্বিগ্ন হৈ থাকিব ৷ আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনাই দুখ দি থাকিব ৷ স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ৷

কন্যা ৰাশি: কোনো কথা চিন্তা নকৰাকৈ নতুন কোনো কাম হাতত নল’ব ৷ ভাইভনীৰ সৈতে সম্পৰ্ক ভালে থাকিব ৷ প্ৰত্যেক কামতে সফলতাৰ সোৱাদ পাব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷ সামাজিকভাৱে সন্মান অৰ্জন কৰিব ৷

তুলা ৰাশি: মন দুৰ্বল হৈ থাকিব ৷ কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন কোনো কাম হাতত নল’ব ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: শুভ দিন ৷ শাৰীৰিক আৰু মানসিকভাৱে ভালে থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে ৷ ভ্ৰমণত শুভ ৷

ধনু ৰাশি: দিনটো বৰ জটিল ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ সম্ভাৱনা আছে ৷ ভাবি চিন্তি কথা ক’ব ৷ খং নকৰিব ৷ দুৰ্ঘটনা ঘটিব পাৰে, গতিকে সাৱধানে থাকক ৷ শৰীৰৰ যতন লওক ৷ ব্যয় বৃদ্ধি হ’ব ৷

মকৰ ৰাশি: দিনটো আনন্দ ফুৰ্তিৰে পাৰ কৰিব ৷ দিনটো সামাজিকভাৱে, কৰ্মক্ষেত্ৰত আৰু অন্যান্য ক্ষেত্ৰত লাভদায় হৈ উঠিব ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে শুভ ৷ ভ্ৰমণৰ যোগ আছে ৷

কুম্ভ ৰাশি: দিনটো ফলদায়ক ৷ সকলো কামতেই সফল হ’ব, আনন্দত থাকিব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ পদোন্নতিও হ’ব পাৰে ৷ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মীন ৰাশি: মানসিক অশান্তিৰ কাৰণে উদ্বিগ্ন হৈ থাকিব ৷ শাৰীৰিকভাৱে ভাগৰুৱা আৰু এলেহুলা হৈ থাকিব ৷ সতৰ্ক হৈ থাকিব ৷ সন্তানক লৈ দুশ্চিন্তাত থাকিব ৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.