ETV Bharat / bharat

Daily Horoscope For 27th November: কেনে যাব আপোনাৰ আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 27th November
দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 1:01 AM IST

Updated : Nov 27, 2023, 10:13 AM IST

মেষ ৰাশি: আজি আপুনি সকলো কামতে নম্ৰতাৰ পৰিচয় দিব ৷ পৰিয়ালে বিচৰাখিনি দিবলৈ চেষ্টা কৰক ৷ যিয়ে আপোনাক শান্তি দিব ৷ কথা কওঁতে সাবধান হওক নহ’লে আপোনাৰ কথাই আপোনজনক আঘাত দিব ৷ অদৰকাৰী বস্তু ক্ৰয় কৰি খৰচ নবঢ়াব নহ’লে আপুনি ঋণগ্ৰস্ত হ’ব ৷

বৃষ ৰাশি: ধনৰ বৰ্ষা হ’ব ৷ আপোনাৰ ওপৰত লক্ষ্মী দেৱী সন্তুষ্ট থাকিব ৷ টকাৰ লেন-দেন আৰু ধন আগমনৰ বাট মুকলি হ’ব ৷ আপোনাৰ মন ভালে থাকিব, যাৰ ফলত আগতে ৰৈ যোৱা কামসমূহ সোনকালে শেষ কৰিব পাৰিব ৷ জমা টকা খৰচ কৰিবলৈ চিন্তা নকৰিব ৷ পৰিয়ালৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনাই মনক আনন্দ প্ৰদান কৰিব ৷

মিথুন ৰাশি: ব্যায়াম কৰা আৰম্ভ কৰক ৷ আপোনাৰ খং আৰু তিতা মাত কথাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব ৷ ধ্যান কৰক, সুখ অনুভব কৰিব ! যি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কৰাত সহায় কৰিব ৷ চকুৰ অসুবিধাত ভোগা সকলৰ বাবে ভাল দিন নহয় ৷ আয়ৰ মাত্ৰাতকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি হ’ব ৷ দুৰ্ঘটনাৰ যোগ আছে, গাড়ী সাবধানে চলাব ৷ প্ৰাৰ্থনা আৰু ধৰ্মীয় কাম-কাজে মনক শান্তি দিব ৷

কৰ্কট ৰাশি: আপোনাৰ কৰ্মদক্ষতাই আপোনাক ভাল ফল ভোগ কৰাত সহায় কৰিব ৷ বন্ধুৰ লগত সুন্দৰ সময় উপভোগ কৰিব পাৰিব ৷ অকলশৰীয়া সকল সাজু হওক, আপোনালোকে এইকেইদিনতে জীৱন সংগী লাভ কৰিব ৷ হঠাৎ ধনাগমনৰ বাট মুকলি হ’ব ৷ দীঘলীয়া ভ্ৰমণত যাব পাৰে আৰু দিনটো সফলতাৰে পাৰ কৰিব পাৰে ৷

সিংহ ৰাশি: আপোনাৰ কৰ্মদক্ষতা আপোনাৰ কথাত আৰু কামত জিলিকি উঠিব ৷ আপোনাৰ বচ আৰু উচ্চপদস্থ বিষয়াসকল আপোনাৰ কামত সুখী হ’ব, যি আপোনাক সামাজিক পৰিচয় প্ৰদান কৰিব ৷ পিতৃৰ লগত সম্পৰ্ক উন্নত হ’ব আৰু তেওঁৰ পৰা সহায় লাভ কৰিব ৷ মাটি-বাৰী বেচা-কিনাৰ বাবে সুন্দৰ সময় ৷ চমুকৈ ক’বলৈ গ’লে এটা সুন্দৰ দিন ৷

কন্যা ৰাশি: দুৰ্বল আৰু অসুস্থ ভাৱৰ মাজেৰে পাৰ হ’ব দিনটো ৷ সন্তানৰ শৰীৰৰ চিন্তাই আপোনাৰ মন অশান্ত কৰি ৰাখিব, যাৰ ফলত আপোনাৰ উদ্দিগ্নতা বৃদ্ধি হ’ব আৰু কাৰ্যক্ষমতা হ্ৰাস পাব ৷ কাৰ্যক্ষেত্ৰত আপোনাৰ সহকৰ্মী আৰু বচে কৰা সমালোচনাত মন নিদিব ৷ দিনটো যেনে তেনে পাৰ কৰি দিয়ক ৷

তুলা ৰাশি: প্ৰত্যেক খোজ সাবধানে দিয়ক, আজিৰ পৃথিবীখন আপোনাৰ বাবে সুখৰ নহয় ৷ কাজিয়া, তৰ্ক, খং আৰু বেয়া শৰীৰে আপোনাৰ সমগ্ৰ দিন অশান্তিকৰ কৰি ৰাখিব ৷ শান্ত থাকক আৰু প্ৰতি খোজতে সাবধান হওক ৷ আজি ধনৰ দিশত এটা ভাল দিন ৷ কোনো ৰহস্যময় বিষয়ত আপুনি আপোনাৰ মন টানি নিয়া যেন অনুভৱ কৰিব কিন্তু ধৰ্মীয় কাম-কাজে মনক স্থিৰ কৰাত সহায়ক হ’ব ৷

বৃশ্চিক ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব পাৰিব ৷ পুৰণি বন্ধুক লগ পাব আৰু এটা সৰু বনভোজৰ আয়োজন কৰিব পাৰে ৷ দেওবৰীয়া কাম বোৰতো আছেই ৷ আপোনাৰ সুন্দৰ কাপোৰ আৰু গহনা কিনিবলৈ মন যাব অথবা আপুনি জীৱন সংগীৰ পৰাও এইবোৰ উপহাৰ লাভ কৰিব পাৰে ৷ আপুনি সামাজিকভাৱে সন্মানীয় হৈ উঠিব ৷

ধনু ৰাশি: আপোনাৰ গ্ৰহ আজি সঠিক ঠাইত আছে , যিয়ে আপোনাক বহু সুবিধা প্ৰদান কৰিব ৷ আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱস্থা ভালে থাকিব ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰৰ পৰিৱেশ সুবিধাজনক দেখা যাব ৷ আপুনি আৰু কৰ্মক্ষম হৈ পৰিব ৷ মাতৃৰ ঘৰৰ পৰা অহা ভাল খবৰে আপোনাক আনন্দিত কৰি তুলিব ৷ আপোনাৰ প্ৰতিদ্বন্দীতকৈ আপুনি নিজকে শক্তিশালী অনুভব কৰিব আৰু বিজয়ী হ’ব পাৰিব ৷

মকৰ ৰাশি: আজি আপুনি এলাহ আৰু দুৰ্বল অনুভব কৰিব ৷ বিভিন্ন কাৰণত চিন্তিত হৈ থাকিব ৷ মানসিক কাৰণত কঠিন কাম কৰাৰ ক্ষমতা হ্ৰাস হ’ব ৷ কামৰ ক্ষেত্ৰত আপোনাৰ গ্ৰহ সঠিক ঠাইত নাই, যাৰ বাবে আপুনি আপোনাৰ বচৰ পৰা কটু কথা শুনিব লগা হ’ব পাৰে ৷ সন্তানৰ স্বাস্থ্যৰ যত্ন লওক ! দীঘলীয়া উশাহ লওক, শান্তি অনুভৱ কৰিব ৷

কুম্ভ ৰাশি: এটা মধ্যমীয়া দিন ৷ বেয়া চিন্তাবোৰ আঁতৰাই পেলাওক, যিবোৰে আপোনাৰ শৰীৰ আৰু পৰিয়ালৰ অশান্তিৰ কাৰণ বুলিব পাৰি ৷ এনে কোনো কাম নকৰিব যিয়ে আপোনাক সামাজিকভাৱে সন্মান হানি কৰে ৷ ঘৰ আৰু সম্পত্তিৰ ক্ষেত্ৰত বিচাৰ কৰোতে বেছি সাৱধান হওক ৷ শিক্ষাৰ্থীসকলৰ পঢ়াৰ ক্ষেত্ৰত সুগম দিন ৷ ধনৰ দিশত আপোনাৰ ব্যৱস্থাপনা সফল হ’ব আৰু ধনাগমনৰ বাট সুগম হ’ব ৷ মাতৃৰ পৰা লাভ পাব ৷

মীন ৰাশি: এই সময় আপোনাৰ বাবে নিজৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰাৰ সময় ৷ এই সিদ্ধান্তই আপোনাৰ ওপৰত ভাল প্ৰভাব পেলাব ৷ আপোনাৰ কাৰ্যৰ দ্বাৰা আপুনি সামাজিকভাৱে নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ একে সময়তে আপুনি আপোনাৰ জীৱন সংগীৰ ফালৰ পৰাও সহযোগ লাভ কৰিব ৷ সংগীৰ লগত দীঘলীয়া যাত্ৰা কৰিব পাৰে ৷ আপোনাৰ প্ৰেমিকাই আপোনাৰ আগত কিবা গুপ্ত কথা ব্যক্ত কৰিব আৰু আপোনালোক ইগৰাকীয়ে সিগৰাকীৰ বহুত ওচৰ চাপি আহিব ৷

Last Updated : Nov 27, 2023, 10:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.